হালধীয়া শাৰীৰে সুন্দৰী পলিং বিষয়াগৰাকী কোন?

ছচিয়েল মিডিয়াত ভাইৰেল হৈছে এগৰাকী পলিং বিষয়াৰ ফটো । ফেচবুকত ভাইৰেল হোৱা হালধীয়া ৰঙৰ শাৰী পিন্ধা এইগৰাকী পলিং বিষয়াৰ নাম নলিনী সিং বুলি অভিহিত কৰিছিল একাংশই ।

news18assam
Updated:May 11, 2019, 5:51 PM IST
হালধীয়া শাৰীৰে সুন্দৰী পলিং বিষয়াগৰাকী কোন?
ফেচবুকত ভাইৰেল হোৱা হালধীয়া ৰঙৰ শাৰী পিন্ধা এইগৰাকী পলিং বিষয়াৰ নাম নলিনী সিং বুলি অভিহিত কৰিছিল একাংশই । মহিলাগৰাকী 'মিছ জয়পুৰ' বুলিও বহুতে উল্লেখ কৰিছিল। জয়পুৰৰ আজমেৰৰ এখন বিদ্যালয়ৰ ভোটগ্ৰহণ কেন্দ্ৰত পলিং বিষয়া হিচাপে নিয়োগ কৰা হৈছিল এই গৰাকী সুন্দৰীক । তথ্য অনুসৰি এই ভোটগ্ৰহণ কেন্দ্ৰত ১০০ শতাংশই হৈছিল ভোটদান !
news18assam
Updated: May 11, 2019, 5:51 PM IST
দেশত এতিয়া নিৰ্বাচনৰ বতৰ। দেশৰ বিভিন্ন প্ৰান্তত এতিয়া চলি আছে ভোটদান প্ৰক্ৰিয়া। চলি আছে ৰাজনৈতিক দলৰ নেতাৰ মুখ চুপতি । সেইসময়তে ছচিয়েল মিডিয়াত ভাইৰেল হৈছে এগৰাকী পলিং বিষয়াৰ ফটো । ফেচবুকত ভাইৰেল হোৱা হালধীয়া ৰঙৰ শাৰী পিন্ধা এইগৰাকী পলিং বিষয়াৰ নাম নলিনী সিং বুলি অভিহিত কৰিছিল একাংশই । মহিলাগৰাকী 'মিছ জয়পুৰ' বুলিও বহুতে উল্লেখ কৰিছিল। জয়পুৰৰ আজমেৰৰ এখন বিদ্যালয়ৰ ভোটগ্ৰহণ কেন্দ্ৰত পলিং বিষয়া হিচাপে নিয়োগ কৰা হৈছিল এই গৰাকী সুন্দৰীক । তথ্য অনুসৰি এই ভোটগ্ৰহণ কেন্দ্ৰত ১০০ শতাংশই হৈছিল ভোটদান !

মহিলাগৰাকীৰ এই ফটো এতিয়া হাজাৰৰো অধিকে শ্বেয়াৰ কৰিছে ফেচবুকত । কিন্তু যেতিয়াই মহিলাগৰাকীৰ ফটোখন ফেচবুকত ভাইৰেল হৈ পৰে তেতিয়াই উন্মোচিত হয় অন্য এক সত্য যে মহিলাগৰাকীৰ নাম নলিনী সিং নহয়!

জয়পুৰৰ নহয় এইগৰাকী মহিলা! হাতত ইভিএম লৈ থকা এই মহিলাগৰাকী প্ৰকৃততে লক্ষ্ণৌৰ ।গড়কাপ্তানী বিভাগৰ কনিষ্ঠ সহায়ক হিচাপে লক্ষ্ণৌত কৰ্মৰত এইগৰাকী মহিলাৰ প্ৰকৃত নাম ৰীনা ড্ৰিবেদী । ভাইৰেল হোৱা এই ফটোখন ২০১৯ চনৰ ৫ মে’ৰ । সেই সময়ত ৰীনা ড্ৰিবেদী লক্ষ্ণৌৰ নাগৰামৰ ১৭৩নং ভোটগ্ৰহণ কেন্দ্ৰটোৰ প্ৰস্তুতিৰ খবৰ ল’বলৈ গৈছিল। নিজৰ ফটো ভাইৰেল হোৱাৰ পিছত ৰীনাই কয় যে তেওঁ কৰ্তব্যৰত অৱস্থাত থাকোতে এগৰাকী সাংবাদিকে ফটো উঠাইছিল । এতিয়া ৰাস্তাৰে যাওঁতেও বহু লোকে তেওঁৰ সৈতে ছেলফি উঠিবলৈ আহে ।
আৰু চাওক পৰৱৰ্তী বাতৰি