ছলমান খানৰ বিয়া এতিয়ালৈকে হোৱা নাই কিয়, ক’লে পিতৃ ছেলিম খানে।

যেতিয়া ছলমান খানে এক নতুন সম্বন্ধ গঢ়ে প্ৰথমে সকলো ঠিকেই থাকে। তাৰ কিছু সময়ৰ পিছতে সেইগৰাকী ছোৱালীৰ সৈতে ছলমান খানে নিজৰ মাকৰ ছবি আৰু মাকৰ চৰিত্ৰৰে ৰিজাবলৈ আৰম্ভ কৰে তেতিয়াই হয়গৈ সকলো খেলিমেলি।

news18assam
Updated:May 10, 2019, 6:42 PM IST
ছলমান খানৰ বিয়া এতিয়ালৈকে হোৱা নাই কিয়, ক’লে পিতৃ ছেলিম খানে।
যেতিয়া ছলমান খানে এক নতুন সম্বন্ধ গঢ়ে প্ৰথমে সকলো ঠিকেই থাকে। তাৰ কিছু সময়ৰ পিছতে সেইগৰাকী ছোৱালীৰ সৈতে ছলমান খানে নিজৰ মাকৰ ছবি আৰু মাকৰ চৰিত্ৰৰে ৰিজাবলৈ আৰম্ভ কৰে তেতিয়াই হয়গৈ সকলো খেলিমেলি।
news18assam
Updated: May 10, 2019, 6:42 PM IST
ছলমান খানৰ বিয়া কেতিয়া হ’ব, ইয়াকে লৈ প্ৰায়ে আশাবাদী হৈ থাকে তেওঁৰ অনুৰাগী। যদিহে ছলমানৰ সাক্ষাৎ পোৱা যায় তেতিয়া যেন এইটো প্ৰশ্নও উত্থাপন কৰিবলৈ মন যাব যে তেওঁৰ বিয়া হ’ব কেতিয়া। আৰু তেওঁক যেতিয়াই এই প্ৰশ্ন কৰা হয় ধেমালিৰে তল পেলাই থয় কথাটো। কিন্তু তেওঁৰ পিতৃ ছেলিম খানে ক’লে ছলমানে কিহৰ বাবে এতিয়ালৈকে কৰোৱা নাই বিয়া।

এক সাক্ষাৎকাৰত ছেলিম খানে কয়, যেতিয়া ছলমান খানে এক নতুন সম্বন্ধ গঢ়ে প্ৰথমে সকলো ঠিকেই থাকে। তাৰ কিছু সময়ৰ পিছতে সেইগৰাকী ছোৱালীৰ সৈতে ছলমান খানে নিজৰ মাকৰ ছবি আৰু মাকৰ চৰিত্ৰৰে ৰিজাবলৈ আৰম্ভ কৰে তেতিয়াই হয়গৈ সকলো খেলিমেলি।
আৰু চাওক পৰৱৰ্তী বাতৰি