বিয়াৰ অভ্যৰ্থনা অনুষ্ঠানত আকৰ্ষণীয় নৃত্য কৰি চৰ্চাত যুৱক–যুৱতী, চাওক Video

News18 Assam | Advertorial
Updated:January 4, 2020, 11:35 AM IST
বিয়াৰ অভ্যৰ্থনা অনুষ্ঠানত আকৰ্ষণীয় নৃত্য কৰি চৰ্চাত যুৱক–যুৱতী, চাওক Video
চৌদিশে এতিয়া চলিছে চৰ্চা

চৌদিশে এতিয়া চলিছে চৰ্চা

  • Advertorial
  • Last Updated: January 4, 2020, 11:35 AM IST
  • Share this:
বন্ধুৰ বিয়াৰ দিনা আকৰ্ষণীয় নৃত্য কৰি এতিয়া চৰ্চাত যুৱক–যুৱতী । অভ্যৰ্থনা অনুষ্ঠানৰ দিনা দৰা কইনাই কৰে সুন্দৰ নৃত্য প্ৰদৰ্শন। পিছত ছচিয়েল মিডিয়াত ভাইৰেল হৈ পৰে দুয়োৰে নৃত্য। গোবিন্দা অভিনীত কেইটা মান জনপ্ৰিয় গীতৰ তালে তালে নৃত্য কৰে দুয়ো। ভিডিঅ’টো youytubeত আপলোড কৰাৰ পিছতে লাভ কৰিছে ব্যাপক চৰ্চা।

চাওক ভিডিঅ’

আৰু চাওক
পৰৱৰ্তী বাতৰি