‘কাটে নেহী কাটটি ইয়ে ৰাত’ – নীলা শাড়ীৰে ইণ্টাৰনেটত জ্বৰ তুলিছে এইগৰাকী মহিলাই, চাওক VIDEO

News18 Assam | News18-Assam
Updated:December 31, 2019, 5:46 PM IST
‘কাটে নেহী কাটটি ইয়ে ৰাত’ – নীলা শাড়ীৰে ইণ্টাৰনেটত জ্বৰ তুলিছে এইগৰাকী মহিলাই, চাওক VIDEO
Photo : Facebook video grab

কিছু সময়ৰ ভিতৰতে ইণ্টাৰনেটত ভাইৰেল হৈ পৰে মহিলাগৰাকীৰ এই ৩০ ছেকেণ্ডৰ ভিডিঅ’টো।

  • Share this:
এটা ইণ্টাৰনেটত ভাইৰেল হোৱা ভিডিঅ’। নীলা শাড়ী পৰিহিত এগৰাকী মহিলা, হাতত শাড়ীৰ আচল। এটা হিন্দী গীতত নৃত্য কৰা এই মহিলাগৰাকীৰ ভিডিঅ’টো ভাইৰেল হৈ পৰিছে ইণ্টাৰনেটত। বলীউদৰ মিষ্টাৰ ইণ্ডিয়া ছবিখনৰ ‘কাটে নেহী কাটটি ইয়ে ৰাত’ শীৰ্ষক গীতটোৰ কিয়দাংশত নৃত্য কৰিছে মহিলাগৰাকীয়ে। ছবিখনত এই গীতটোত নাচিছিল শ্ৰীদেৱীয়ে। কিছু সময়ৰ ভিতৰতে ইণ্টাৰনেটত ভাইৰেল হৈ পৰে মহিলাগৰাকীৰ এই ৩০ ছেকেণ্ডৰ ভিডিঅ’টো।
 
First published: December 31, 2019, 5:46 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading