• Home
  • »
  • News
  • »
  • lifestyle
  • »
  • শাৰী পৰিধান কৰি জনপ্ৰিয় অভিনেত্ৰীৰ cartwheel, পিছে ঘটিল এই ঘটনা, মুহূৰ্তৰ ভিতৰতে ভাইৰেল হ’ল ভিডিঅ’

শাৰী পৰিধান কৰি জনপ্ৰিয় অভিনেত্ৰীৰ cartwheel, পিছে ঘটিল এই ঘটনা, মুহূৰ্তৰ ভিতৰতে ভাইৰেল হ’ল ভিডিঅ’

ছচিয়েল মিডিয়াত ভাইৰেল

ছচিয়েল মিডিয়াত ভাইৰেল

ছচিয়েল মিডিয়াত ভাইৰেল

  • Share this:
আদাহ শৰ্মা! দক্ষিণৰ জনপ্ৰিয় অভিনেত্ৰী আদাহ শৰ্মা ছচিয়েল মিডিয়াতো অত্যন্ত সক্ৰিয়।। বিভিন্ন সময়ত ভাইৰেল হয় অভিনেত্ৰীগৰাকীৰ আকৰ্ষণীয় ফটো বা ভিডিঅ’। কামাণ্ডো২ ছবিৰ নায়িকা আদাহ শৰ্মাই ছচিয়েল মিডিয়াত শ্বেয়াৰ কৰিছে এটি আকৰ্ষণীয় ভিডিঅ’।








View this post on Instagram






A post shared by Adah Sharma (@adah_ki_adah)






অভিনেত্ৰীগৰাকীয়ে যোগাসন কৰা ভিডিঅ’ এতিয়া ছচিয়েল মিডিয়াত ধুমুহাৰ গতিত ভাইৰেল হৈছে। শাৰী পৰিধান কৰি বিভিন্ন ভংগীমাৰে cartwheels কৰা দেখা গৈছে।
Published by:Himangshu Bhuyan
First published: