কিয় এই ৰূপত অভিনেত্ৰী উৰ্বশী ৰৌতেলা? হঠাত্‍ ভাইৰেল অভিনেত্ৰীগৰাকী! Video

News18 Assam | News18-Assam
Updated:September 12, 2020, 12:50 AM IST
কিয় এই ৰূপত অভিনেত্ৰী উৰ্বশী ৰৌতেলা? হঠাত্‍ ভাইৰেল অভিনেত্ৰীগৰাকী! Video
কিছুদিন পূৰ্বে ভিডিঅ’ আপলোড কৰিছিল অভিনেত্ৰীগৰাকীয়ে

কিছুদিন পূৰ্বে ভিডিঅ’ আপলোড কৰিছিল অভিনেত্ৰীগৰাকীয়ে

  • News18 Assam
  • Last Updated: September 12, 2020, 12:50 AM IST
  • Share this:
বলীউদত এতিয়া আটাইতকৈ চৰ্চিত বিষয়টো হৈছে সুশান্ত সিং ৰাজপুতৰ মৃত্যু। তাৰ লগে লগে ৰিয়া চক্ৰৱৰ্তীৰ জে’ল যাত্ৰা। তাৰ মাজতে আকৌ কংগনা আৰু মহাৰাষ্ট্ৰ চৰকাৰৰ মাজৰ সংঘাত। এতিয়া এনেবোৰ খবৰে তোলপাৰ লগাই আছে সমগ্ৰ দেশ। এনেধৰণৰ কথা বতৰাৰ মাজত যেন এতিয়া নোহোৱা হৈছে চিনেমা আৰু গান। কিন্তু এইবোৰ খবৰক এতিয়া তল পেলাবলৈ চেষ্টা কৰিছে অভিনেত্ৰী উৰ্বশী ৰৌতেলাই।








View this post on Instagram





😍❤


A post shared by urvashirautela (@urvashi_rautela_hotty) on






উৰ্বশীয়ে এইপৰ্যন্ত যদিও কোনো বিশেষ ডাঙৰ ছবিত অভিনয় কৰা নাই। তথাপিও কিন্তু প্ৰায়ে চৰ্চাত থাকে অভিনেত্ৰীগৰাকী। বহু মিউজিক ভিডিঅ’ত অভিনয় কৰি চৰ্চাত থাকে অভিনেত্ৰীগৰাকী।




অভিনেত্ৰী উৰ্বশীয়ে মাজে মাজে নিজৰ ছচিয়েল মিডিয়া চাইটতো আকৰ্ষণীয় ভিডিঅ’ পোষ্ট কৰে। এইবাৰ এটা নতুন ভিডিঅ’ৰে সকলোকে মোহিত কৰিলে অভিনেত্ৰীগৰাকীৰ। অভিনেত্ৰী গৰাকীৰ নৃত্য এতিয়া সৰ্বত্ৰ ভাইৰেল।
Published by: Himangshu Bhuyan
First published: September 12, 2020, 12:50 AM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading