জনপ্ৰিয় অভিনেত্ৰী মডেল শাৰ্লীন চোপ্ৰা এতিয়া ভাইৰেল হৈ পৰিছে ছচিয়েল মিডিয়াত।
জনপ্ৰিয় অভিনেত্ৰী মডেল শাৰ্লীন চোপ্ৰা এতিয়া ভাইৰেল হৈ পৰিছে ছচিয়েল মিডিয়াত।
কোৰোণা ভাইৰাছৰ বিৰুদ্ধে এতিয়া সমগ্ৰ দেশে যুঁজি আছে। এইসময়ত এতিয়া ঘৰতে আবদ্ধ বহু অভিনেতা-অভিনেত্ৰীসকল। ঘৰৰ ভিতৰতে এতিয়া বিভিন্ন ধৰণৰ ভিডিঅ’ নিৰ্মাণ কৰি নিজৰ অনুৰাগীলৈ উপহাৰ দিছে অভিনেতা-অভিনেত্ৰীসকলে।
ল’ক ডাউনৰ পিছৰ পৰা এতিয়া প্ৰায় স্থৱিৰ হৈ পৰিছে চিনেমা উদ্যোগ। অভিনেত্ৰী শাৰ্লীন চোপ্ৰাও এতিয়া ঘৰতে আবদ্ধ।? অভিনেত্ৰীগৰাকীৰ বিশেষ ভিডিঅ’ এতিয়া ভাইৰেল ছচিয়েল মিডিয়াত।
যদিও অভিনেত্ৰীগৰাকীয়ে ডাঙৰ পৰ্দাত বিশেষ সফলতা লাঊ কৰিব পৰা নাই, তথাপিও মডেলিং জগতত বহু সুনাম অৰ্জন কৰিবলৈ সক্ষম হৈছে।
Published by:Himangshu Bhuyan
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|