কি কৰিছে এইগৰাকী জনপ্ৰিয় অভিনেত্ৰীয়ে? ছচিয়েল মিডিয়াত এতিয়া ব্যাপক ভাইৰেল হৈছে ভিডিঅ’

News18 Assam | News18-Assam
Updated:September 2, 2020, 3:34 PM IST
কি কৰিছে এইগৰাকী জনপ্ৰিয় অভিনেত্ৰীয়ে? ছচিয়েল মিডিয়াত এতিয়া ব্যাপক ভাইৰেল হৈছে ভিডিঅ’
জনপ্ৰিয় অভিনেত্ৰী মডেল শাৰ্লীন চোপ্ৰা এতিয়া ভাইৰেল হৈ পৰিছে ছচিয়েল মিডিয়াত।

জনপ্ৰিয় অভিনেত্ৰী মডেল শাৰ্লীন চোপ্ৰা এতিয়া ভাইৰেল হৈ পৰিছে ছচিয়েল মিডিয়াত।

  • Share this:
কোৰোণা ভাইৰাছৰ বিৰুদ্ধে এতিয়া সমগ্ৰ দেশে যুঁজি আছে। এইসময়ত এতিয়া ঘৰতে আবদ্ধ বহু অভিনেতা-অভিনেত্ৰীসকল। ঘৰৰ ভিতৰতে এতিয়া বিভিন্ন ধৰণৰ ভিডিঅ’ নিৰ্মাণ কৰি নিজৰ অনুৰাগীলৈ উপহাৰ দিছে অভিনেতা-অভিনেত্ৰীসকলে।

ল’ক ডাউনৰ পিছৰ পৰা এতিয়া প্ৰায় স্থৱিৰ হৈ পৰিছে চিনেমা উদ্যোগ। অভিনেত্ৰী শাৰ্লীন চোপ্ৰাও এতিয়া ঘৰতে আবদ্ধ।? অভিনেত্ৰীগৰাকীৰ বিশেষ ভিডিঅ’ এতিয়া ভাইৰেল ছচিয়েল মিডিয়াত।










View this post on Instagram





This show has become so famous that now even kids are playing Naagin Naagin 🐍 #sherlynchopra


A post shared by Viral Bhayani (@viralbhayani) on






যদিও অভিনেত্ৰীগৰাকীয়ে ডাঙৰ পৰ্দাত বিশেষ সফলতা লাঊ কৰিব পৰা নাই, তথাপিও মডেলিং জগতত বহু সুনাম অৰ্জন কৰিবলৈ সক্ষম হৈছে।
Published by: Himangshu Bhuyan
First published: September 2, 2020, 3:34 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading