অদ্ভুত! একেলগে দুখন চাইকেল চলাই ছচিয়েল মিডিয়া কঁপাইছে এইজন লোকে, চাওক VIDEO

News18 Assam | News18-Assam
Updated:January 3, 2020, 11:18 AM IST
অদ্ভুত! একেলগে দুখন চাইকেল চলাই ছচিয়েল মিডিয়া কঁপাইছে এইজন লোকে, চাওক VIDEO
Photo : Facebook video grab

ছচিয়েল মিডিয়াত দ্ৰুতগতিত ভাইৰেল হৈছে এই ভিডিঅ’টো।

  • Share this:
‘ধুম’ ছবিখন নিশ্চয় চাইছে আপুনি। জন আব্ৰাহাম, উদয় চোপ্ৰা, অভিষেক বচ্চন, ৰিমি সেন, এষা দেউল অভিনীত ছবিখনে খলকনিৰ সৃষ্টি কৰিছিল। বৰ্তমান ছচিয়েল মিডিয়াত ভাইৰেল হোৱা এটা ভিডিঅ’ই পুনৰ আপোনাক মনত পেলাই দিব। ফেচবুকত ভাইৰেল হৈছে এই ভিডিঅ’টো। ভিডিঅ’টোত এজন লোকে একেলগে চলাইছে দুখন চাইকেল। দুয়োখন চাইকেলত এখনকৈ ভৰি থৈ আগবাঢ়িছে লোকজন। ছচিয়েল মিডিয়াত দ্ৰুতগতিত ভাইৰেল হৈছে এই ভিডিঅ’টো।

আৰু চাওক
পৰৱৰ্তী বাতৰি