মুখ্যপৃষ্ঠা » খবৰ

» জীৱন শৈলী

»Viral Video: সিদ্ধাৰ্থৰ 'শ্বেৰশ্বাহ' ছবিৰ ডাইলগ কৈ ইণ্টাৰনেট কঁপালে দুবছৰীয়া শিশুৱে! চাওক Video

Viral Video: সিদ্ধাৰ্থৰ 'শ্বেৰশ্বাহ' ছবিৰ ডাইলগ কৈ ইণ্টাৰনেট কঁপালে দুবছৰীয়া শিশুৱে! চাওক Video

News18 Assam | News18-Assam
Updated:September 18, 2021, 11:11 AM IST
Viral Video: সিদ্ধাৰ্থৰ 'শ্বেৰশ্বাহ' ছবিৰ ডাইলগ কৈ ইণ্টাৰনেট কঁপালে দুবছৰীয়া শিশুৱে! চাওক Video
2-Year-Old Boy Imitates Sidharth Malhotra’s Dialogues From Shershaah: ভাইৰেল হোৱা শিশুটিক দেখা গৈছে যে, শ্বেৰশ্বাহ ছবিখনৰ এটি ডাইলগ মাতিছে। সমুখত টিভি খুলি সিদ্ধাৰ্থ মাহহোত্ৰাক চাই চাই চিনেমাৰ ডাইলগ কৈ ইণ্টাৰনেট কঁপালে দুবছৰীয়া শিশুটিয়ে।

  • News18 Assam
  • Last Updated: September 18, 2021, 11:11 AM IST
  • Share this:
বয়স মাত্ৰ ২ বছৰ! কিন্তু এতিয়াৰ পৰাই বলীউদৰ ছবি চাই, সুন্দৰকৈ ডাইগল ক'ব পাৰে শিশুটিয়ে। সিদ্ধাৰ্থ মালহোত্ৰাৰ অনুৰাগী। ৩৪ ছেকেণ্ডৰ এটি ভিডিও ইণ্টাৰনেটত সম্প্ৰতি ভাইৰেল হৈছে। দেখা গৈছে যে, শিশুটিয়ে টিভিৰ সমুখত সিদ্ধাৰ্থৰ ইটোৰ পিছত সিটো ডাইলগ অনায়াসে কৈছে। যি দেখি আচৰিত নেটিজেন।

এই ভিডিওটো সিদ্ধাৰ্থ মালহোত্ৰাক টুইটাৰ যোগে টেগ কৰিছে শিশুটিৰ পিতৃ-মাতৃয়ে। লিখিছে- 'আমাৰ ল'ৰা আপোনাৰ আটাইতকৈ ডাঙৰ অনুৰাগী... বলো দুৰ্গা মাতা কি জয়...।'

সিদ্ধাৰ্থ মালহোত্ৰা আৰু কিয়াৰা আদৱানী অভিনীত শ্বেৰশ্বাহ ছবিখন যোৱা মাহত অটিটি প্লেটফৰ্মত মুক্তি লাভ কৰিছিল। মুক্তিৰ পিছতে ছবিখনে দৰ্শকৰ ব্যাপক সমাদৰ লাভ কৰিছিল। কেপ্টেইন বিক্ৰম বাত্ৰাৰ কাৰ্গিল যুদ্ধৰ কাহিনী দৰ্শকে বিশেষ ভাবে পছন্দ কৰিছিল।

ভাইৰেল হোৱা শিশুটিক দেখা গৈছে যে, শ্বেৰশ্বাহ ছবিখনৰ এটি ডাইলগ মাতিছে। সমুখত টিভি খুলি সিদ্ধাৰ্থ মাহহোত্ৰাক চাই চাই চিনেমাৰ ডাইলগ কৈছে শিশুটিয়ে। ''অ'গৰ জিন্দা ৰহে তো ভি অমৰ, মৰ গয়ে তো ভি অমৰ। তো হো তইয়াৰ? কৰোগে ৱাৰ? এক অপনা, দুছমন কি চাৰ, জিত অপনি, দুশমন কি হাৰ, দুৰ্গে মাতা কি জয়।''
Published by: Himangshu Bhuyan
First published: September 18, 2021, 11:11 AM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি