লতা মংগেশকাৰৰ গীত গাই ছচিয়েল মিডিয়া তোলপাৰ লগাইছে এইজনী কণমানিয়ে, চাওক VIDEO

News18 Assam | News18-Assam
Updated:December 3, 2019, 12:21 PM IST
লতা মংগেশকাৰৰ গীত গাই ছচিয়েল মিডিয়া তোলপাৰ লগাইছে এইজনী কণমানিয়ে, চাওক VIDEO
আপুনি শুনিলে আচৰতি হ’ব যে এই শিশুটিৰ বয়স মাত্ৰ ২ বছৰ।

আপুনি শুনিলে আচৰতি হ’ব যে এই শিশুটিৰ বয়স মাত্ৰ ২ বছৰ।

  • Share this:
শেহতীয়াকৈ ছচিয়েল মিডিয়াত ভাইৰেল হৈছে এটি কণমানিৰ এটা ভিডিঅ’। এই ভিডিঅ’টোত মৰমলগা কণমানিজনীয়ে লতা মংগেশকাৰৰ এটা গীত গোৱা দেখা গৈছে। কণমানিজনীৰ এই ভিডিঅ’টোৱে খলকনিৰ সৃষ্টি কৰিছে ছচিয়েল মিডিয়াত। আপুনি শুনিলে আচৰতি হ’ব যে এই শিশুটিৰ বয়স মাত্ৰ ২ বছৰ।

দুবছৰীয়া এই শিশুটিয়ে লতা মংগেশকাৰৰ ‘লগ যা গলে’ গানটো সুন্দৰভাৱে পৰিৱেশন কৰা দেখা গৈছে ভিডিঅ’টোত। এই গানটো ১৯৬৪ চনত মুক্তিলাভ কৰা ছবি Wo Kaun Thiৰ। এই শিশুটিৰ নাম প্ৰজ্ঞা মেধা বুলি কোৱা হৈছে।
চাওক শিশুটিৰ কণ্ঠৰ যাদু :




 





View this post on Instagram




 

#Musicon #lagjagale🎵 #latamangeshkarji 🙏🙏🙏#babygirl🎀


A post shared by Pragya Medha (@pragyamedha11) on






NEWS18 অসম সকলো খবৰ সকলোতকৈ আগত। প্ৰতি মুহূৰ্তৰ খবৰ পাবলৈ YouTube Facebook আৰু Twitter ত আমাক ফল’ কৰক।

আৰু চাওক পৰৱৰ্তী বাতৰি