உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • lifestyle
    • »
    • যুৱতীৰ সৈতে ‘নাগিন ডান্স’ কৰি আছিল নেহা কাক্কাৰৰ ভাতৃয়ে, নেহাই চেণ্ডেল খুলি কৰিলে প্ৰহাৰ! Video Viral

    যুৱতীৰ সৈতে ‘নাগিন ডান্স’ কৰি আছিল নেহা কাক্কাৰৰ ভাতৃয়ে, নেহাই চেণ্ডেল খুলি কৰিলে প্ৰহাৰ! Video Viral

    নেহা কাক্কাৰৰ ভাতৃ টনি কাক্কাৰৰ নতুন গীত ‘নাগিন জেইচে’ মুক্তিৰ সময়তে ঘটিল এই ঘটনা!

    নেহা কাক্কাৰৰ ভাতৃ টনি কাক্কাৰৰ নতুন গীত ‘নাগিন জেইচে’ মুক্তিৰ সময়তে ঘটিল এই ঘটনা!

    নেহা কাক্কাৰৰ ভাতৃ টনি কাক্কাৰৰ নতুন গীত ‘নাগিন জেইচে’ মুক্তিৰ সময়তে ঘটিল এই ঘটনা!

    • Share this:
      বলীউডৰ জনপ্ৰিয় কণ্ঠশিল্পী নেহা কাক্কাৰ আজিকালি প্ৰায়ে চৰ্চাত থাকে। বলীউডৰ প্ৰায় সকলো বোৰ নতুন নতুন ছবিত এটা হ’লেও গীত গাই নেহা কাক্কাৰে। তাৰ সমান্তৰাল ভাবে নেহাৰ জোৰদাৰ জান্স ভিডিঅ’ও সমানে জনপ্ৰিয় যুৱ প্ৰজন্মৰ মাজত।  কিন্তু নেহাৰ বৰ্তমান Youtube ত এনে এটা ভিডিঅ’ ভাইৰেল হৈছে, য’ত নেহাই নিজৰ ভাতৃক , চেণ্ডেল খুলি  প্ৰহাৰ কৰিবলৈ লোৱা দেখিবলৈ পোৱা গৈছে।



      নেহাৰ ভাতৃ, কণ্ঠশিল্পী টনি কাক্কাৰে ভিডিঅ’টোত এগৰাকী যুৱতীৰ সৈতে  ‘নাগিন ডান্স’ কৰিবলৈ লৈছিল,  সেইসময়তে নেহা কাক্কৰে নিজৰ চেণ্ডেল খুলি ভাতৃক প্ৰহাৰ কৰিবলৈ আগবাঢ়ি আহে। আৰু পিছত ভাতৃ টনিয়ে নেহাৰ ওচৰত ক্ষমা খোজাও দেখা যায়।

      কিন্তু ভিডিঅ’টো আচলতে এটা ধেমেলীয়া ভিডিঅ’হে। টনিৰ নতুন গীত  ‘নাগিন জেইচে’ মুক্তি এটা ইউটিউব চেনেলত দিয়া হয়। টনিৰ এই নতুন গীত সম্পূৰ্ণ এক ডান্স নাম্বাৰ। গীতটোৰ ভিডিঅ’ত একেলগে বহু নৃত্য শিল্পীয়ে একেলগে নৃত্য কৰা দেখা গৈছে।

      First published: