ডান্সিং ছেনজেচন স্বপ্না চৌধুৰীৰ এটা ভিডিঅ’, ২০ লক্ষাধিক লোকে চোৱা এই ভিডিঅ’টোত কি আছে?

দীৰ্ঘদিনৰ অন্তত পূৰণি ৰূপত দেখা গৈছে স্বপ্না চৌধুৰীক।

News18-Assam
Updated:September 10, 2019, 10:39 AM IST
ডান্সিং ছেনজেচন স্বপ্না চৌধুৰীৰ এটা ভিডিঅ’, ২০ লক্ষাধিক লোকে চোৱা এই ভিডিঅ’টোত কি আছে?
দীৰ্ঘদিনৰ অন্তত পূৰণি ৰূপত দেখা গৈছে স্বপ্না চৌধুৰীক।
News18-Assam
Updated: September 10, 2019, 10:39 AM IST
হাৰিয়ানাৰ ডান্সিং ছেনজেচন স্বপ্না চৌধুৰীৰ এটা ভিডিঅ’ ইউটিউবত অতি জনপ্ৰিয় হৈ পৰিছে। দীৰ্ঘদিনৰ অন্তত পূৰণি ৰূপত দেখা গৈছে স্বপ্না চৌধুৰীক। এই ভিডিঅ’টোত ‘চটক মটক’ গীতটোত নৃত্য কৰিছে স্বপ্নাই। নীলা ছ্যুটৰ সৈতে সুন্দৰ বেশভূষাত দেখা গৈছে স্বপ্নাক।

ইউটিউবত ২০ লাখৰো অধিক লোকে প্ৰত্যক্ষ কৰিছে এই ভিডিঅ’টো। সকলোৱে স্বপ্নাৰ এই নৃত্যৰ প্ৰশংসা কৰিছে। অৱশ্যে স্বপ্নাৰ বাবে অনুৰাগীসকলৰ প্ৰশংসা নতুন কথা নহয়। স্বপ্নাৰ প্ৰতিটো ভিডিঅ’ ভাইৰেল হয় ছচিয়েল মিডিয়াত।



NEWS18 অসম সকলো খবৰ সকলোতকৈ আগত। প্ৰতি মুহূৰ্তৰ খবৰ পাবলৈ YouTube Facebook আৰু Twitter ত আমাক ফল’ কৰক।

আৰু চাওক পৰৱৰ্তী বাতৰি