ৰাখী সাৱন্তে অনুৰাগীৰ আগত ক’লে নিজৰ গোপন কথা – চাওক VIDEO

News18 Assam | News18-Assam
Updated:November 29, 2019, 2:06 PM IST
ৰাখী সাৱন্তে অনুৰাগীৰ আগত ক’লে নিজৰ গোপন কথা – চাওক VIDEO
শেহতীয়াকৈ ৰাখীয়ে ছচিয়েল মিডিয়াত শ্বেয়াৰ কৰিছে এটা ভিডিঅ’। এই ভিডিঅ’টোত ৰাখীয়ে নিজৰ গোপন কথা শ্বেয়াৰ কৰিছে অনুৰাগীৰ আগত।

শেহতীয়াকৈ ৰাখীয়ে ছচিয়েল মিডিয়াত শ্বেয়াৰ কৰিছে এটা ভিডিঅ’। এই ভিডিঅ’টোত ৰাখীয়ে নিজৰ গোপন কথা শ্বেয়াৰ কৰিছে অনুৰাগীৰ আগত।

  • Share this:
বলীউদৰ ড্ৰামা কুইন ৰাখী সাৱন্তে নিজৰ বিতৰ্কিত মন্তব্যৰ বাবে প্ৰায়ে চৰ্চালৈ আহে। ছচিয়েল মিডিয়াতো প্ৰায়ে সক্ৰিয় দেখা যায় ৰাখী সাৱন্তক। শেহতীয়াকৈ ৰাখীয়ে ছচিয়েল মিডিয়াত শ্বেয়াৰ কৰিছে এটা ভিডিঅ’। এই ভিডিঅ’টোত ৰাখীয়ে নিজৰ গোপন কথা শ্বেয়াৰ কৰিছে অনুৰাগীৰ আগত। লগতে ৰাখীয়ে নিজৰ নতুন প্ৰেমৰ কথাও উল্লেখ কৰিছে ভিডিঅ’টোত। ছচিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে ৰাখীৰ এই ভিডিঅ’টো।

ইনষ্টাগ্ৰামত ৰাখী সাৱন্তে শ্বেয়াৰ কৰা ভিডিঅ’টোৰ কেপচনত লিখিছে – Love is in the air...and in my heart! Kon hai mera naya Pyar??? jiske liye dhadke dil baar baar?? Surprise for you...it's not my hubby!! ৰাখী সাৱন্তে এই ভিডিঅ’টোত অনুৰাগীসকলক কয় যে তেওঁ নতুনকৈ প্ৰেমত পৰিছে। চাওক ৰাখী সাৱন্তৰ সেই ভিডিঅ’টো।





NEWS18 অসম সকলো খবৰ সকলোতকৈ আগত। প্ৰতি মুহূৰ্তৰ খবৰ পাবলৈ YouTube Facebook আৰু Twitter ত আমাক ফল’ কৰক।
আৰু চাওক
পৰৱৰ্তী বাতৰি