দীপাৱলীত আকৰ্ষণীয় ৰূপত অভিনেত্ৰী জেকলীন! শ্বেয়াৰ কৰিলে ফটো

দীপাৱলী উপলক্ষে বলীউডৰ বহু তাৰকাই নিজকো আকৰ্ষণীয় ৰূপত সজাই পৰাই তুলিছে

News18-Assam
Updated:October 27, 2019, 10:35 PM IST
দীপাৱলীত আকৰ্ষণীয় ৰূপত অভিনেত্ৰী জেকলীন! শ্বেয়াৰ কৰিলে ফটো
দীপাৱলী উপলক্ষে বলীউডৰ বহু তাৰকাই নিজকো আকৰ্ষণীয় ৰূপত সজাই পৰাই তুলিছে
News18-Assam
Updated: October 27, 2019, 10:35 PM IST
সমগ্ৰ দেশতে এতিয়া উৎসৱৰ বতৰ। দীপাৱলী উপলক্ষে বলীউডৰ চেলিব্ৰীটি সকলক পৰম্পৰাগত সাঁজপাৰত দেখা পোৱা গৈছে। জনপ্ৰিয় অভিনেত্ৰী জেকলীন ফাৰ্নেণ্ডিজেও দীপাৱলী উপলক্ষে নিজক সঁজাই পৰাই তুলিছে।



আকৰ্ষণীয় ফটো অভিনেত্ৰীগৰাকীয়ে ছচিয়েল মিডিয়াত শ্বেয়াৰ কৰাৰ পিছতে ভাইৰেল হৈ পৰে।



বিভিন্ন জনে অভিনেত্ৰী গৰাকীক প্ৰশংসা কৰাও দেখিবলৈ পোৱা গ’ল।

 




 




View this post on Instagram




 

💖🙏🏻


A post shared by Jacqueline Fernandez (@jacquelinef143) on




আৰু চাওক পৰৱৰ্তী বাতৰি