ৰাণু মণ্ডলৰ ‘মেকআপ’ নকল! আচল মেকআপৰ ফটো এইখনহে...

News18-Assam
Updated:November 21, 2019, 5:34 PM IST
ৰাণু মণ্ডলৰ ‘মেকআপ’ নকল! আচল মেকআপৰ ফটো এইখনহে...
কিছুদিন পূৃৰ্বে ৰাণু মণ্ডলৰ এখন ফটো ভাইৰেল হৈছিল ছচিয়েল মিডিয়াত। ৰাণু মণ্ডলৰ মেকআপ দেখি বিভিন্নজনে চৰম তাচ্ছিল্ল্য সূচক মন্তব্যও কৰিছিল

কিছুদিন পূৃৰ্বে ৰাণু মণ্ডলৰ এখন ফটো ভাইৰেল হৈছিল ছচিয়েল মিডিয়াত। ৰাণু মণ্ডলৰ মেকআপ দেখি বিভিন্নজনে চৰম তাচ্ছিল্ল্য সূচক মন্তব্যও কৰিছিল

  • Share this:
কিছুদিন পূৃৰ্বে ৰাণু মণ্ডলৰ এখন ফটো ভাইৰেল হৈছিল ছচিয়েল মিডিয়াত। ৰাণু মণ্ডলৰ মেকআপ দেখি বিভিন্নজনে চৰম তাচ্ছিল্ল্য সূচক মন্তব্যও কৰিছিল। ৰে’ল ষ্টেচনত গীত গোৱা ভিডিঅ’ ভাইৰেল হোৱাৰ পিছৰ পৰাই আজি পৰ্যন্ত চৰ্চাত আছে ৰাণু মণ্ডল। অলপতে হিমেশ ৰেশমিয়াৰ সৈতে আছিকি ম্যে তেৰি গীতৰ নতুন ভাৰ্ছনত গীতো গাইছিল ৰাণু মণ্ডলে।

কিন্তু ৰাণুৰ সেই ফটোখনে আছিল নকল। এই কথা জনাইছে ৰাণুৰ মেকআপ আৰ্টিষ্টে।আনকি মেক আপ আৰ্টিষ্টগৰাকীয়ে নিজৰ ছচিয়েল মিডিয়াৰ একাউণ্টত শ্বেয়াৰ কৰিছে ৰাণু মণ্ডলৰ প্ৰকৃত মেকআপৰ ফটো। মেকআপ আৰ্টিষ্টগৰাকীয়ে আনকি দুয়োখন ফটো তুলনা কৰিও দেখুৱাইছে ছচিয়েল মিডিয়াত।

আৰু চাওক পৰৱৰ্তী বাতৰি