তিনি সুন্দৰী যুৱতীৰ আকৰ্ষণীয় নৃত্যই মোহাচ্ছন্ন কৰিছে সকলোকে,চাওক Video

News18 Assam | News18-Assam
Updated:January 3, 2020, 12:24 PM IST
তিনি সুন্দৰী যুৱতীৰ আকৰ্ষণীয় নৃত্যই মোহাচ্ছন্ন কৰিছে সকলোকে,চাওক Video
মাধুৰী দিক্ষিত আৰু সঞ্জয় কাপুৰ অভিনীত ৰাজা ছবিখনৰ কথা মনত আছেনে?

মাধুৰী দিক্ষিত আৰু সঞ্জয় কাপুৰ অভিনীত ৰাজা ছবিখনৰ কথা মনত আছেনে?

  • Share this:
মাধুৰী দিক্ষিত আৰু সঞ্জয় কাপুৰ অভিনীত ‘ৰাজা’ ছবিখনৰ কথা মনত আছেনে? ছবিখনৰ  ‘Akhiyaan Milaoon Kabhi’ শীৰ্ষক গীতটোৱে  লাভ কৰিছিল অভূতপূৰ্ব জনপ্ৰিয়তা। গীতটোত অভিনেত্ৰী মাধুৰী দিক্ষিতে কৰা নৃত্য আজিও পাহৰিব পৰা নাই দৰ্শকে। ছবিখনৰ এই জনপ্ৰিয় গীতটোত এইবাৰ নৃত্য কৰিছে তিনিগৰাকী সুন্দৰী যুৱতীয়ে।



আকৰ্ষণীয় ৰূপত নৃত্য কৰি তিনি যুৱতী এতিয়া সৰ্বত্ৰ চৰ্চিত। যুৱতীকেইগৰাকীয়ে কৰা নৃত্যই ছচিয়েল মিডিয়াতো লাভ কৰিছে ব্যাপক চৰ্চা। নৃত্য কৰা ভিডিঅ’ Youtube ত আপলোড কৰাৰ কিছু সময়ৰ পিছতে পাৰ কৰে ১ মিলিয়নৰ ঘৰ।

চাওক ভিডিঅ’



‘Original Song’

আৰু চাওক
পৰৱৰ্তী বাতৰি