কণমানিজনীৰ নৃত্য দেখি সকলোৱে একেমুখে কৰিছে প্ৰশংসা, Viral Video

News18 Assam | News18-Assam
Updated:January 22, 2020, 6:45 PM IST
 কণমানিজনীৰ নৃত্য দেখি সকলোৱে একেমুখে কৰিছে প্ৰশংসা, Viral Video
কণমানিজনীৰ নৃত্য এতিয়া ছচিয়েল মিডিয়াত ভাইৰেল

কণমানিজনীৰ নৃত্য এতিয়া ছচিয়েল মিডিয়াত ভাইৰেল

  • Share this:
এজনী কণমানিৰ নৃত্য এতিয়া ছচিয়েল মিডিয়াত ভাইৰেল। ‘কভি খুচী কভি গম’ ছবিখনৰ এটা জনপ্ৰিয় গীতৰ তালে তালে নৃত্য কৰিলে কণমানিজনীয়ে। মৰমলগা কণমানিজনীৰ নৃত্য দেখি বহুতে কমেণ্টত লিখিলে ‘জুনিয়ৰ কৰীণা কাপুৰ’ । কণমানিজনীৰ নৃত্য কৰা ভিডিঅ’ ছচিয়েল মিডিয়াত আপলোড কৰাৰ পিছতে লাভ কৰিছে ব্যাপক চৰ্চা।

আৰু চাওক
পৰৱৰ্তী বাতৰি