News18 AssamNews18 Assam
|
News18-Assam Updated:January 22, 2020, 6:45 PM IST
কণমানিজনীৰ নৃত্য এতিয়া ছচিয়েল মিডিয়াত ভাইৰেল
কণমানিজনীৰ নৃত্য এতিয়া ছচিয়েল মিডিয়াত ভাইৰেল
এজনী কণমানিৰ নৃত্য এতিয়া ছচিয়েল মিডিয়াত ভাইৰেল। ‘কভি খুচী কভি গম’ ছবিখনৰ এটা জনপ্ৰিয় গীতৰ তালে তালে নৃত্য কৰিলে কণমানিজনীয়ে। মৰমলগা কণমানিজনীৰ নৃত্য দেখি বহুতে কমেণ্টত লিখিলে ‘জুনিয়ৰ কৰীণা কাপুৰ’ । কণমানিজনীৰ নৃত্য কৰা ভিডিঅ’ ছচিয়েল মিডিয়াত আপলোড কৰাৰ পিছতে লাভ কৰিছে ব্যাপক চৰ্চা।
Published by:
Himangshu Bhuyan
First published:
January 22, 2020, 6:45 PM IST