• Home
  • »
  • News
  • »
  • lifestyle
  • »
  • ফটোশ্বুট কৰি থাকোতেই হ'ল অথন্তৰ! গছৰ ডালত লাগি খোল খাই গ'ল অন্তৰ্বাস! ভাইৰেল হৈ পৰিল জনপ্ৰিয় মডেল!

ফটোশ্বুট কৰি থাকোতেই হ'ল অথন্তৰ! গছৰ ডালত লাগি খোল খাই গ'ল অন্তৰ্বাস! ভাইৰেল হৈ পৰিল জনপ্ৰিয় মডেল!

সম্প্ৰতি ছচিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে এই ভিডিও। আমেৰিকাৰ মডেলগৰাকীৰ হোৱা অথন্তৰ দেখি আমোদ পাইছে একাংশই।

সম্প্ৰতি ছচিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে এই ভিডিও। আমেৰিকাৰ মডেলগৰাকীৰ হোৱা অথন্তৰ দেখি আমোদ পাইছে একাংশই।

সম্প্ৰতি ছচিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে এই ভিডিও। আমেৰিকাৰ মডেলগৰাকীৰ হোৱা অথন্তৰ দেখি আমোদ পাইছে একাংশই।

  • Share this:
সমগ্ৰ বিশ্ব এতিয়াও কোৰোণাৰ গ্ৰাসত। কোনো এখন দেশেই বাদ পৰা নাই। প্ৰায় ডেৰ বছৰ ধৰি সমগ্ৰ বিশ্ব বাসীয়েই যুঁজ কৰিছে কোৰোণাৰ সৈতে। অৰ্থনৈতিক ভাবে ব্যাপক ক্ষতিৰ সন্মুখীন হৈছে সকলো। মানসিক স্বাস্থ্যও দিনে দিনে বেয়াৰ ফালে গতি কৰিছে। ডাক্তৰে শৰীৰৰ লগতে মনৰ যতন লবলৈও সকলোৰে পৰামৰ্শ দিছে। কোৰোণা কালত এতিয়া মনুহৰ মনত প্ৰভাৱ বিস্তাৰ কৰিছে ছচিয়েল মিডিয়াই।

এই মাধ্যমৰ জৰিয়তে বহুতে মন খুলি লিখিছে বিভিন্ন কথা, শ্বেয়াৰ কৰিছে বিভিন্ন ভিডিও। এই সময়ত ছচিয়েল মিডিয়াত ভাইৰেলো হৈছে বিভিন্ন ভিডিও। এতিয়া আনকি অভিনেতা অভিনেত্ৰীসকলে ছচিয়েল মিডিয়াকে মনোৰঞ্জনৰ আহিলা হিচাপে বাচি লৈছে।



সম্প্ৰতি এনেধৰণৰ এন ভিডিওই ভাইৰেল হৈছে ছচিয়েল মিডিয়াত। আমেৰিকাৰ এগৰাকী মডেলে যি কাণ্ড কৰিলে, সেই দেখি আমোদ লাভ কৰিছে ইণ্টাৰনেট ব্যৱহাৰকাৰীয়ে। ভিডিওত দেখা মডেলগৰাকীয়ে বিকিনী আৰু মূৰত টুপি পৰিধান কৰি এজোপা গছত বহি আছিল। গছৰ ওপৰৰ পৰা জাপ দিব পানীত। গছৰ একেবাৰে কাষতে জলাশয়। আৰু সেই দৃশ্যৰ কৰা হ'ব ভিডিও।

এই পৰ্যন্ত সকলো ঠিকেই আছিল। গছত উঠি বহিলে মডেলগৰাকী। কিন্তু পানীলৈ জাপ দিবলৈ লওতেই হয় অথন্তৰ। মডেলৰ অন্তৰ্বাস লাগি ধৰে গছৰ ডালত। পিছত অন্তৰ্বাস গছৰ পৰা আনিবলৈ চেষ্টা কৰি থাকে মডেলগৰাকীয়ে। এই ভিডিও ছচিয়েল মিডিয়াত শ্বেয়াৰ কৰিছে ফটোগ্ৰাফাৰদজনে।
Published by:Himangshu Bhuyan
First published: