৩ বছৰীয়া গায়িকা! এইগৰাকী মৰমলগা কণমানিৰ ভিডিঅ’ ভাইৰেল হৈ পৰিছে ছচিয়েল মিডিয়াত, চাওক Video

News18 Assam | News18-Assam
Updated:February 6, 2020, 11:43 AM IST
৩ বছৰীয়া গায়িকা! এইগৰাকী মৰমলগা কণমানিৰ ভিডিঅ’ ভাইৰেল হৈ পৰিছে ছচিয়েল মিডিয়াত, চাওক Video
মঞ্চত নাচি–বাগি পিতৃৰ সৈতে কণ্ঠ নিগৰালে কণমানিজনীয়ে।

মঞ্চত নাচি–বাগি পিতৃৰ সৈতে কণ্ঠ নিগৰালে কণমানিজনীয়ে।

  • Share this:
শিশুসকল ফুলৰ দৰে। নিষ্পাপ, নিষ্কলুষ, নিঃস্বাৰ্থ। সেয়েহে শিশুৰ প্ৰতিটো কামেই জ্যেষ্ঠসকলে উপভোগ কৰে। তেনে এটা ভিডিঅ’ ভাইৰেল হৈছে ছচিয়েল মিডিয়াত। এগৰাকী মৰমলগা কণমানিয়ে পিতৃৰ সৈতে গাইছে গান। মাত্ৰ ৩ বছৰীয়া কণমানিগৰাকীয়ে গালে ‘দিল হ্যে ছ’টা ছা’ শীৰ্ষক গীতটো। মঞ্চত নাচি–বাগি পিতৃৰ সৈতে কণ্ঠ নিগৰালে কণমানিজনীয়ে। এই ভিডিঅ’টো কোন ঠাইৰ সেই সম্পৰ্কে জানিব পৰা হোৱা নাই।
আৰু চাওক
পৰৱৰ্তী বাতৰি