টিকটকত খলকনিৰ সৃষ্টি কৰা এগৰাকী কণমানি, যাৰ ভিডিঅ’ৰ অনুৰাগী মেগাষ্টাৰ অমিতাভ বচ্চনো  

কণমানিজনীৰ TIKTOK ভিডিঅ’ চাই অভিভূত হৈ পৰিছে বলীউডৰ মেগাষ্টাৰ অমিতাভ বচ্চনো

News18-Assam
Updated:October 25, 2019, 6:20 PM IST
টিকটকত খলকনিৰ সৃষ্টি কৰা এগৰাকী কণমানি, যাৰ ভিডিঅ’ৰ অনুৰাগী মেগাষ্টাৰ অমিতাভ বচ্চনো   
কণমানিজনীৰ TIKTOK ভিডিঅ’ চাই অভিভূত হৈ পৰিছে বলীউডৰ মেগাষ্টাৰ অমিতাভ বচ্চনো
News18-Assam
Updated: October 25, 2019, 6:20 PM IST
এগৰাকী কণমানি ছোৱালী। পাঞ্জাৱী গীতত কণমানি জনীৰ আকৰ্ষণীয় এক্সপ্ৰেছনে এতিয়া মোহিত কৰিছে সকলোকে। কণমানিজনীৰ TIKTOK ভিডিঅ’ চাই অভিভূত হৈ পৰিছে বলীউডৰ মেগাষ্টাৰ অমিতাভ বচ্চনো।

ছচিয়েল মিডিয়াত এগৰাকী কণমানিৰ এটা Tiktok ভিডিঅ’ ভাইৰেল হৈছে। ভিডিঅ’টোত কণমানিজনীৰ এক্সপ্ৰেছনে মুগ্ধ কৰিছে সকলোকে। দৰচলতে ভিডিঅ’টোত কণমানিজনীয়ে এটা পাঞ্জাৱী গীতত নিজৰ এক্সপ্ৰেছন দিয়া দেখিবলৈ  পোৱা গৈছে। ইয়াৰ পূৰ্বেও কণমানিজনীয়ে বহু কেইটা জনপ্ৰিয় গীতত নিজৰ ভংগিমাৰে অভিনয় কৰি সৰ্বত্ৰ চৰ্চা লাভ কৰিছিল। কণমানিজনীৰ এই প্ৰতিভাক এতিয়া প্ৰশংসা কৰিছে বলীউডৰ বিগ বি অমিতাভ বচ্চনে। অমিতাভ বচ্চনে  ৰি টুইটো কৰিছে কণমানিজনীৰ  ভিডিঅ’।

আৰু চাওক পৰৱৰ্তী বাতৰি