সুৰা–ড্ৰাগছৰ কবলত পৰি ধ্বংস বলীউদৰ এইগৰাকী অভিনেত্ৰী! বৰুণ ধৱনৰ সৈতে কৰিছিল কাম

News18-Assam
Updated:November 27, 2019, 7:13 AM IST
সুৰা–ড্ৰাগছৰ কবলত পৰি ধ্বংস বলীউদৰ এইগৰাকী অভিনেত্ৰী! বৰুণ ধৱনৰ সৈতে কৰিছিল কাম
অভিনেত্ৰীগৰাকীয়ে কয় যে তেওঁ খুবেই দুখী আছিল। নিজৰ উদাসীনতাৰ চিকিৎসা নিচাৰ মাজত বিচাৰিবলৈ ধৰিলে।

অভিনেত্ৰীগৰাকীয়ে কয় যে তেওঁ খুবেই দুখী আছিল। নিজৰ উদাসীনতাৰ চিকিৎসা নিচাৰ মাজত বিচাৰিবলৈ ধৰিলে।

  • Share this:
বলীউদৰ অভিনেতা বৰুণ ধৱনৰ ছবি ABCD 2ৰ মুখ্য অভিনেত্ৰী লৰেন গটলিবে কৰিছে এক চাঞ্চল্যকৰ মন্তব্য। অভিনেত্ৰীগৰাকীয়ে এক সাক্ষাৎকাৰত কয় যে ABCD 2ৰ পিছত বেয়াধৰণে মদ আৰু ড্ৰাগছৰ কবলত পৰিছিল।

৩১ বছৰীয়া অভিনেত্ৰী লৰেন গটলিবে মুম্বাই মিৰৰক দিয়া এক সাক্ষাৎকাৰত কয় যে তেওঁ ক’ৰবাত আন্ধাৰত হেৰাই গৈছিল। প্ৰায় ৮ মাহ ধৰি ছচিয়েল মিডিয়াত নিজৰ হাঁহি থকা ফটো দিছিল যদিও ভিতৰৰ পৰা অত্যন্ত অশান্তিত আছিল।

অভিনেত্ৰীগৰাকীয়ে কয় যে তেওঁ খুবেই দুখী আছিল। নিজৰ উদাসীনতাৰ চিকিৎসা নিচাৰ মাজত বিচাৰিবলৈ ধৰিলে। গটলিবে কয় – মই সুৰাপান কৰিছিলো, ড্ৰাগছ লৈছিলো। মোক সুখী কৰি ৰাখিব পৰা সকলো কৰিছিলো।




 





View this post on Instagram




 

Today was A DAY!!! Actually it was more like 3 days. A Threefer!!! Got a good butt kicking. My favorite kind too. One full of hard work, long hours, dedication, passion, resilience...I could go on and on but I’m falling asleep mid sentence (see my stories). . . I guess what I’m trying to say is, I’m so happy to be back in India! My heart feels full. Not as full as my inbox tho! Thank you all so much for the greetings!! I feel like I’m back with my big ole happy Indian family! I have lots of projects coming up. Things that are maybe different from what you are used to seeing of me. Some will feel familiar. This is the start of Lauren Version 2.0. Lauren V2, coming at YOU! And I’m so excited to take you on this journey with me 🕊🦋💓💋 . . #foreignkilauren #backinthebay #bombay #india #aka #mumbai #day1 #succsss #HERODAYS #LaurenV2 #comingatyou


A post shared by ✩ L A U R E N ✩ (@laurengottlieb) on





লৰেনে কয় যে এই সকলোৰে পৰা মুক্ত হ’বলৈ সময় লাগিছিল। উল্লেখযোগ্য যে লৰেনক বিগ বছ ১১ আৰু ঝলক দিখলাজা ছিজন ৬তো দেখা গৈছে। ইয়াৰ উপৰি কেইবাখনো পঞ্জাবী ছবি আৰু গানতো কাম কৰিছে লৰেনে।

NEWS18 অসম সকলো খবৰ সকলোতকৈ আগত। প্ৰতি মুহূৰ্তৰ খবৰ পাবলৈ YouTube Facebook আৰু Twitter ত আমাক ফল’ কৰক।

আৰু চাওক
পৰৱৰ্তী বাতৰি