অভিনেত্ৰী উৰ্বশী ৰৌতেলাৰ নতুন ‘Dance Video’ কলৈ এতিয়া চলিছে চৰ্চা! ছচিয়েল মিডিয়াত ভাইৰেল,চাওক ভিডিঅ’

বলীউডৰ মোহময়ী অভিনেত্ৰী উৰ্বশী ৰৌতেলাৰ এটা ডান্স ভিডিঅ’ ছচিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে।

News18-Assam
Updated:October 4, 2019, 6:18 PM IST
অভিনেত্ৰী উৰ্বশী ৰৌতেলাৰ নতুন ‘Dance Video’ কলৈ এতিয়া চলিছে চৰ্চা! ছচিয়েল মিডিয়াত ভাইৰেল,চাওক ভিডিঅ’
বলীউডৰ মোহময়ী অভিনেত্ৰী উৰ্বশী ৰৌতেলাৰ এটা ডান্স ভিডিঅ’ ছচিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে।
News18-Assam
Updated: October 4, 2019, 6:18 PM IST
বলীউডৰ মোহময়ী অভিনেত্ৰী উৰ্বশী ৰৌতেলাৰ এটা ডান্স ভিডিঅ’ ছচিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে। ভিডিঅ’টোত অভিনেত্ৰীগৰাকীয়ে কৰা নৃত্যই এতিয়া আকৰ্ষিত কৰিছে বহুজনক। উৰ্বশী ৰৌতেলাৰ েই ভিডিঅ’ আপলোড কৰিছে নিজৰ অফিচিয়েল ইঞ্চট্ৰাগামৰ পেজত আপলোড কৰিছে।



ভিডিঅ’টোত উৰ্বশী ৰৌতেলাই ‘বিজলী কী তাঁৰ’ শীৰ্ষক গীতত  নৃত্য কৰা দেখা গৈছে।

চাওক ভিডিঅ’


আৰু চাওক পৰৱৰ্তী বাতৰি