• Home
  • »
  • News
  • »
  • lifestyle
  • »
  • Viral Video|| মুকলি আকাশৰ তলত এনেদৰে খাদ্য ৰান্ধি ভাইৰেল হ'ল দুগৰাকী ৰান্ধনী! চাওক কাণ্ড...

Viral Video|| মুকলি আকাশৰ তলত এনেদৰে খাদ্য ৰান্ধি ভাইৰেল হ'ল দুগৰাকী ৰান্ধনী! চাওক কাণ্ড...

ইউটিউবৰ Unique Village Food নামৰ চেনেলত আছে মাত্ৰ ছটা ৰেচিপি। গেছ নজ্বলাই খাদ্য ৰান্ধি হিট চেনেলৰ দুয়োগৰাকী ৰান্ধনী।

  • Share this:
ইণ্টাৰনেটত এতিয়া চৰ্চা চলিছে দুগৰাকী ৰান্ধনীকলৈ। কেতিয়াবা যদি জংঘলৰ মাজত, কেতিয়াবা আকৌ ঘৰৰ ভিতৰত! গেছ নজ্বলোৱাকৈয়ে এনেদৰে খাদ্য ৰান্ধি ভাইৰেল হ'ল দুগৰাকী যুৱতী ৰিম্পী আৰু পৰ্ণা।

আলুপোস্ত, বেঙেনা ভৰ্তা, টমেটো ভৰ্তা, কণীৰ কাৰী আদি নানা ধৰণৰ ৰেচিপি। ইউটিউবৰ Unique Village Food নামৰ চেনেলত আছে মাত্ৰ ছটা ৰেচিপি। তথাপিও হিট চেনেলৰ দুগৰাকী ছুপাৰহিট ৰান্ধনী ৰিম্পী আৰু পৰ্ণা। দুয়োকলৈ চৰ্চা সৰ্বত্ৰ।

কিছুদিন পূৰ্বে ৰিম্পীয়ে চেনেলটোৰ জৰিয়তে আলু পোস্তৰ ৰেপিচি ইউটিউবত আপলোড কৰি ভাইৰেল হৈছিল। সমান্তৰালকৈ ভাইৰেল হয় পৰ্ণাই ৰন্ধা খাদ্যও। গেছ নজ্বলোৱাকৈয়ে খাদ্য ৰান্ধে দুয়োগৰাকীয়ে। সেই অদ্ভুট টমেটোৰ চাটনিৰ ৰেচিপিৰ ভিডিও চাইছে প্ৰায় ১৩.৭৩ লাখ ছচিয়েল মিডিয়া ব্যৱহাৰকাৰীয়ে। আলু পোস্তৰ ৰেচিপি চাইছে ২.৩ মিলিয়ন লোকে।
Published by:Himangshu Bhuyan
First published: