ওপৰৰ ফালেহে পিন্ধিলে, তলৰ ফালে পাহৰিলে! তেনেকৈয়ে শ্বুটিঙৰ বাবে ছেটত উঠিল অভিনেত্ৰী, Video Viral

News18-Assam
Updated:November 26, 2019, 5:54 PM IST
ওপৰৰ ফালেহে পিন্ধিলে, তলৰ ফালে পাহৰিলে! তেনেকৈয়ে শ্বুটিঙৰ বাবে ছেটত উঠিল অভিনেত্ৰী, Video Viral
একতা কাপুৰৰ জনপ্ৰিয় টেলিভিচন ধাৰাবাহিক ‘কছটী জিন্দেগী’ৰ  নায়িকাৰ অথন্তৰ। ধাৰাবাহিকখনৰ মুখ্য চৰিত্ৰত অভিনয় কৰা অভিনেত্ৰীগৰাকীৰ ভাইৰেল হৈছে এটা ভিডিঅ’

একতা কাপুৰৰ জনপ্ৰিয় টেলিভিচন ধাৰাবাহিক ‘কছটী জিন্দেগী’ৰ  নায়িকাৰ অথন্তৰ। ধাৰাবাহিকখনৰ মুখ্য চৰিত্ৰত অভিনয় কৰা অভিনেত্ৰীগৰাকীৰ ভাইৰেল হৈছে এটা ভিডিঅ’

  • Share this:
একতা কাপুৰৰ জনপ্ৰিয় টেলিভিচন ধাৰাবাহিক ‘কছটি জিন্দেগী’ৰ  নায়িকাৰ অথন্তৰ। ধাৰাবাহিকখনৰ মুখ্য চৰিত্ৰত অভিনয় কৰা অভিনেত্ৰীগৰাকীৰ ভাইৰেল হৈছে এটা ভিডিঅ’।ধাৰাবাহিকখনৰ শ্বুটিং ছেটত অভিনেত্ৰী এৰিকা ফাৰ্ণাণ্ডিজে এক বিশেষ দৃশ্যৰ শ্বুটিঙত পিন্ধা পোছাককলৈ বিপাঙত পৰিল। অভিনেত্ৰীগৰাকীয়ে কেৱল ওপৰৰ ফালে হে পিন্ধিলে শ্বুটিঙৰ বাবে নিৰ্ধাৰণ কৰা পোছাক। কিন্তু তলৰ ফালে পিন্ধিবলৈ পাহৰিলে অভিনেত্ৰীগৰাকীয়ে। পিছত ইণ্টাৰনেটত ভাইৰেল হয় সমগ্ৰ  দৃশ্য।

চাওক ভিডিঅ’



আৰু চাওক
পৰৱৰ্তী বাতৰি