থমকিল অসমৰ হৰ্ষিত, ৯ বছৰীয়া প্ৰীতি ভট্টাচাৰ্যই দখল কৰিলে ‘Superstar Singer’ ৰ খিতাপ, জিকিলে ১৫ লাখ টকা!

ফাইনেলত প্ৰতিদ্বন্দ্বিতা হৈছিল মুঠ ছয় গৰাকী প্ৰতিযোগীৰ মাজত।  প্ৰতিযোগী সকলৰ মাজত আছিল অসমৰ হৰ্ষিত নাথো

News18-Assam
Updated:October 7, 2019, 11:53 AM IST
থমকিল অসমৰ হৰ্ষিত, ৯ বছৰীয়া প্ৰীতি ভট্টাচাৰ্যই দখল কৰিলে ‘Superstar Singer’ ৰ খিতাপ, জিকিলে ১৫ লাখ টকা!
ফাইনেলত প্ৰতিদ্বন্দ্বিতা হৈছিল মুঠ ছয় গৰাকী প্ৰতিযোগীৰ মাজত।  প্ৰতিযোগী সকলৰ মাজত আছিল অসমৰ হৰ্ষিত নাথো
News18-Assam
Updated: October 7, 2019, 11:53 AM IST
চনি টিভিৰ  চিংগিং ৰিয়েলিটী শ্ব’ ‘Superstar Singer’ ৰ খিতাপ জয় কৰিলে কলিকতাৰ ৯ বছৰীয়া কণমানি  প্ৰীতি ভট্টাচাৰ্যই। ফাইনেলত প্ৰতিদ্বন্দ্বিতা হৈছিল মুঠ ছয় গৰাকী প্ৰতিযোগীৰ মাজত।  প্ৰতিযোগী সকলৰ মাজত আছিল অসমৰ হৰ্ষিত নাথো। ফাইনেলত প্ৰীতি ভট্টাচাৰ্যই গীত প্ৰদৰ্শনেৰে মোহিত কৰে সকলোকে। প্ৰতিযোগীতাৰ খিতাপ জয় কৰি প্ৰীতিয়ে লাভ কৰে ৬ লাখ টকা।



প্ৰতিযোগিতাখনত বিচাৰক হিচাপে আছিল বিশিষ্ট কণ্ঠশিল্পী আলকা য়াগনিক, গায়ক–সংগীত পৰিচালক হিমেশ ৰেশমীয়া, কণ্ঠশিল্পী জাভেদ আলী। প্ৰতিযোগিতা খনত অসমৰ হৰ্ষিতেও নিজৰ প্ৰদৰ্শনেৰে সকলোকে মুগ্ধ কৰিছিল যদিও, অৱশেষত ফাইনেল ৰাউণ্ডত থমকি ৰ’ব লগীয়া হয়।

চাওক হৰ্ষিত আৰু প্ৰীতিয়ে গোৱা এটি গান

আৰু চাওক পৰৱৰ্তী বাতৰি