உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • lifestyle
    • »
    • BB OTT: অভিনেত্ৰী শ্বাহনাজ গিলৰ প্ৰেমত গ্ৰেপ্তাৰ সিদ্ধাৰ্থ শুক্লা ! কেমেৰাৰ সন্মুখত স্বীকাৰ কৰিলে, 'হয়, আমি Relationshipত আছো'...

    BB OTT: অভিনেত্ৰী শ্বাহনাজ গিলৰ প্ৰেমত গ্ৰেপ্তাৰ সিদ্ধাৰ্থ শুক্লা ! কেমেৰাৰ সন্মুখত স্বীকাৰ কৰিলে, 'হয়, আমি Relationshipত আছো'...

    photo @SidharthShukla instagram

    photo @SidharthShukla instagram

    TVৰ আটাইতকৈ প্ৰিয় দম্পতী সিদ্ধাৰ্থ শুক্লা (Siddharth Shukla) আৰু শ্বাহনাজ গিল (Shehnaaz Gill)ৰ অনুৰাগী সমগ্ৰ বিশ্বতে আছে। Bigg Boss OTT অনুষ্ঠানটোৰ সঞ্চালক কৰণ জোহৰৰ সন্মুখত সিদ্ধাৰ্থ শুক্লাই কৈছে যে তেওঁ আৰু শ্বাহনাজৰ সম্পৰ্ক আছে।

    • Share this:
    টিভিৰ আটাইতকৈ প্ৰিয় দম্পতী সিদ্ধাৰ্থ শুক্লা (Siddharth Shukla) আৰু শ্বাহনাজ গিল (Shehnaaz Gill)ৰ অনুৰাগী সমগ্ৰ বিশ্বতে আছে। অনুৰাগীসকলে প্ৰায়ে একেলগে চাই দুয়োকে অনুভৱ কৰে যে তেওঁলোকে ইজনে সিজনক ডেট কৰি আছে কিন্তু দুয়োজনৰ কোনেও এতিয়ালৈকে তেওঁলোকৰ সম্পৰ্কৰ কথা স্বীকাৰ কৰা নাই। এই ভাল খবৰটোৰ বাবে অনুৰাগীসকলে কিমান দিনৰ পৰা অপেক্ষা কৰি আছে। এইবাৰ দুয়োকে একেলগে 'বিছ বছ অ'টিটি (Bigg Boss OTT)ত দেখা গৈছিল। অনুষ্ঠানটোৰ সঞ্চালক কৰণ জোহৰৰ সন্মুখত সিদ্ধাৰ্থ শুক্লাই কৈছে যে তেওঁ আৰু শ্বাহনাজ ৰ সম্পৰ্ক আছে।

    'বিছ বছ অ'টিটি (Bigg Boss OTT)'ৰ 'ছানডে কা ৱাৰ'ত প্ৰেমিক যুগলে এক ভাল সময় অতিবাহিত কৰিছে। অনুষ্ঠানটোৰ সঞ্চালক কৰণ জোহৰে দুয়োজনৰ মাজৰ সম্পৰ্কক লৈ কেইবাটাও প্ৰশ্ন সুধিছিল। কৰণে সিদ্ধাৰ্থক সুধিছিল যে তেওঁ আৰু শ্বাহনাজ গিল সম্পৰ্কত আছে নেকি। যাৰ উত্তৰত চিডে হয় বুলি কৈছিল, আমি আছো। শ্বাহনাজে সিদ্ধাৰ্থৰ উত্তৰত হয় বুলি কৈছিল। সিদ্ধাৰ্থই এইটোও কৈছিল যে আজিকালি সংবাদ মাধ্যমত আমাৰ দুয়োৰে বিষয়ে বহুতো উল্টা পুল্টা কৈ আছে যাৰ কোনো সত্যতা নাই।








    View this post on Instagram






    A post shared by Voot (@voot)



    Published by:Kokil Sarma
    First published: