உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • lifestyle
    • »
    • Sidharth Shukla Funeral : শ্বেহনাজ গিল সিদ্ধাৰ্থ শুক্লাৰ অন্ত্যেষ্টিক্ৰিয়াত উপস্থিত, এই পৰ্য্যন্ত সিদ্ধাৰ্থ যে নাই সেই কথা বিশ্বাস কৰিব পৰা নাই। চাওক কৰুণ দৃশ্য...

    Sidharth Shukla Funeral : শ্বেহনাজ গিল সিদ্ধাৰ্থ শুক্লাৰ অন্ত্যেষ্টিক্ৰিয়াত উপস্থিত, এই পৰ্য্যন্ত সিদ্ধাৰ্থ যে নাই সেই কথা বিশ্বাস কৰিব পৰা নাই। চাওক কৰুণ দৃশ্য...

    শ্বেহনাজ গিল (Shehnaaz Gill) সিদ্ধাৰ্থ শুক্লাৰ অন্ত্যেষ্টিক্ৰিয়াৰ বাবে ওছিৱাৰা শ্মশানত উপস্থিত হয়। এই দুখৰ সময়ত শ্বেহনাজক ভায়েক শ্বাহবাজে চম্ভালি থকা দেখা গৈছে। ফটোবোৰত তেওঁৰ বেদনা স্পষ্টভাৱে ফুটি উঠিছে।

    • Share this:
    সিদ্ধাৰ্থ শুক্লাৰ আটাইতকৈ ভাল বান্ধৱী শ্বেহনাজ গিল (Shehnaaz Gill) সিদ্ধাৰ্থ শুক্লাক অন্তিম বিদায় (Sidharth Shukla funeral) জনাবলৈ উপস্থিত হৈছিল। সিদ্ধাৰ্থ শুক্লাৰ অন্তিম সৎকাৰ ওছিৱাৰা শ্মশানত সম্পন্ন কৰা হ'ল। সিদ্ধাৰ্থক ব্ৰহ্মকুমাৰী ৰীতি-নীতিৰে অন্তিম বিদায় দিয়া হয়। শ্বেহনাজ গিল (Shehnaaz Gill) তেওঁৰ ভাতৃ শ্বাহবাজৰ সৈতে ওছিৱাৰা শ্মশানত উপস্থিত হয়।

    সিদ্ধাৰ্থৰ আটাইতকৈ ভাল বন্ধু আৰু প্ৰেমিকা শ্বেহনাজ গিল সিদ্ধাৰ্থৰ মৃত্যুত  সম্পূৰ্ণৰূপে ভাগি পৰিছে। শ্বেহনাজ সিদ্ধাৰ্থৰ আটাইতকৈ ভাল বান্ধৱী আছিল, সেয়েহে অভিনেতাজনৰ মৃত্যুত তেওঁৰ অৱস্থা অতি দুখজনক হৈ পৰিছে।

    সিদ্ধাৰ্থৰ অন্ত্যেষ্টিক্ৰিয়াৰ ঠিক আগতে শ্বেহনাজক ফটোবোৰত চকুপানীৰে ভৰি থকা দেখা গৈছে। এই দুখৰ সময়ত শ্বেহনাজক তেওঁৰ ভায়েক শ্বেহবাজক চম্ভালি থকা দেখা গৈছে। ফটোবোৰত তেওঁৰ বেদনা স্পষ্টভাৱে ফুটি উঠিছে।

    পৰিয়ালৰ সদস্য আৰু বন্ধুবৰ্গ আজি তেওঁলোকৰ প্ৰিয়জনক অশ্ৰুসিক্ত নয়নেৰে অন্তিম বিদায় দিবলৈ একত্ৰিত হৈছে। সিদ্ধাৰ্থৰ মৃত্যুৰ পিছৰে পৰা তেওঁৰ মাতৃ আৰু বন্ধু শ্বেহনাজ গিল ভাঙি পৰিছে।

    শ্বেহনাজৰ পিতৃয়ে জনাইছে যে শ্বেহনাজৰ অৱস্থা এতিয়াও যথেষ্ট শোচনীয়। শ্বেহনাজ বেয়াকৈ ভাগি পৰিছে। বাতৰি মতে সিদ্ধাৰ্থই শ্বেহনাজৰ কাষতে শেষ নিশ্বাস ত্যাগ কৰিছিল আৰু সেইকাৰণে শ্বেহনাজে এই আঘাত সহ্য কৰিব পৰা নাই। সিদ্ধাৰ্থ শুক্লাৰ ঘনিষ্ঠ সূত্ৰ আৰু তেওঁৰ মৃত্যুৰ পিছত তেওঁৰ বাসগৃহলৈ যোৱা লোকসকলে কৈছিল যে শ্বেহনাজ গিল সংজ্ঞাহীন অৱস্থাত আছিল আৰু  এই পৰ্য্যন্ত সিদ্ধাৰ্থ যে এই পৃথিৱীত নাই সেই কথা বিশ্বাস কৰিব পৰা নাই।
    Published by:Manjumoni Borah
    First published: