৪০ বছৰ বয়সত দ্বিতীয় বিবাহ কৰিব এইগৰাকী অভিনেত্ৰীয়ে, পিছে কোন তাৰিখে বিয়া?

News18-Assam
Updated:November 22, 2019, 3:14 PM IST
৪০ বছৰ বয়সত দ্বিতীয় বিবাহ কৰিব এইগৰাকী অভিনেত্ৰীয়ে, পিছে কোন তাৰিখে বিয়া?
বিবাহ বিচ্ছেদৰ ৬ বছৰৰ পিছত দ্বিতীয় বিবাহৰ বাবে সাজু

বিবাহ বিচ্ছেদৰ ৬ বছৰৰ পিছত দ্বিতীয় বিবাহৰ বাবে সাজু

  • Share this:
জনপ্ৰিয় অভিনেত্ৰী কাম্যা পঞ্জাৱীৰ এই কেইদিন বিশেষ ভাবে চৰ্চিত। অভিনেত্ৰীগৰাকীৰ সৈতে সলাভ ডাংগৰ সম্পৰ্কই এতিয়া সংবাদ শিৰোণাম দখল কৰিছে। দুয়ো ইতিমধ্যে ছচিয়েল মিডিয়াত শ্বেয়াৰ কৰিছে অন্তৰংগ মুহূৰ্তৰ ফটো। ৪০ বছৰ বয়সত অভিনেত্ৰী কাম্যা এতিয়া সাজু হৈছে দ্বিতীয় বিবাহৰ বাবে। সলাভ ডাংগাৰ সৈতে ফটো শ্বেয়াৰ কৰোতেই বিয়াৰ কথা ঘোষণা কৰে অভিনেত্ৰীগৰাকীয়ে।

ছচিয়েল মিডিয়াত নিজৰ আকৰ্ষণীয় ফটো শ্বেয়াৰ কৰি কাম্যাই লিখিছে, ‘এয়াই মোৰ ভাললগা ফটো, মোৰ ভাললগা ব্যক্তিজনৰ লগত। ১০ ফেব্ৰুৱাৰী ২০২০ চনত আমাৰ বিয়া। এতিয়া সকলোৰে আশীৰ্বাদ বিচাৰিলে।’



আৰু চাওক
পৰৱৰ্তী বাতৰি