বেডৰুমৰ পৰা Swimming poll লৈকে জনপ্ৰিয় অভিনেতা–অভিনেত্ৰীৰ ৰোমাঞ্চ, Video Viral

News18-Assam
Updated:November 26, 2019, 1:55 PM IST
বেডৰুমৰ পৰা Swimming poll লৈকে জনপ্ৰিয় অভিনেতা–অভিনেত্ৰীৰ ৰোমাঞ্চ, Video Viral
Biggboss ৰ মঞ্চত সৰু পৰ্দাৰ জনপ্ৰিয় অভিনেতা সিদ্ধাৰ্থ  শুক্লা আৰু অভিনেত্ৰী ৰশ্মী দেশাইক দেখা গ’ল অন্য ৰূপত, মুহূৰ্তৰ ভিতৰতে ভিডিঅ’ ভাইৰেল!

Biggboss ৰ মঞ্চত সৰু পৰ্দাৰ জনপ্ৰিয় অভিনেতা সিদ্ধাৰ্থ  শুক্লা আৰু অভিনেত্ৰী ৰশ্মী দেশাইক দেখা গ’ল অন্য ৰূপত, মুহূৰ্তৰ ভিতৰতে ভিডিঅ’ ভাইৰেল!

  • Share this:
Biggboss ত প্ৰথমে কাজিয়া হৈছিল অভিনেতা সিদ্ধাৰ্থ  শুক্লা আৰু অভিনেত্ৰী ৰশ্মী দেশাইৰ মাজত।  কিন্তু সোমবাৰে এপিচডত বিগ বছৰ ঘৰৰ সদস্য সিদ্ধাৰ্থ আৰু ৰশ্মী শুক্লাই শত্ৰুতা পাহৰি ৰোমাঞ্চ কৰা দেখিবলৈ পোৱা গ’ল।

দৰচলতে  সোমবাৰৰ এপিচডৰ প্ৰমোত দুয়োকে ৰোমাঞ্চ কৰা দেখা গ’ল।  Swimming poll ত দুয়োকে এনেধৰণে দেখা গ’ল যে, সকলো আচৰিত হ’ল দুয়োৰে অন্তৰংগ মুহূৰ্ত দেখি। ট্ৰেইলাৰটো শ্বেয়াৰ কৰা সময়ত লিখে যে, ‘দিল সে দিল তক. বেডৰুম ছে Swimming Poll তক লগানে ৱালে হ্যে আগ।’

চাওক ভিডিঅ’



আৰু চাওক পৰৱৰ্তী বাতৰি