আচৰিত! TikTokৰ এটা ভাইৰেল ভিডিঅ’, এবাৰ চাই আপুনি এৰিব নোৱাৰে এই ভিডিঅ’টো

মানুহে এই ভিডিঅ’টো চাই বিশ্বাস কৰিবলৈ টান পাইছে। এই ভিডিঅ’টো ভাইৰেল হৈ পৰিছে ছচিয়েল মিডিয়াত।

News18-Assam
Updated:September 8, 2019, 7:16 PM IST
আচৰিত! TikTokৰ এটা ভাইৰেল ভিডিঅ’, এবাৰ চাই আপুনি এৰিব নোৱাৰে এই ভিডিঅ’টো
মানুহে এই ভিডিঅ’টো চাই বিশ্বাস কৰিবলৈ টান পাইছে। এই ভিডিঅ’টো ভাইৰেল হৈ পৰিছে ছচিয়েল মিডিয়াত।
News18-Assam
Updated: September 8, 2019, 7:16 PM IST
জনপ্ৰিয় এপ TikTokত আপুনি বহু ভিডিঅ’ চাইছে। ৰোমাঞ্চ, ধেমেলীয়া, ষ্টাণ্ট আদিৰ লগতে বিভিন্ন ভিডিঅ’ TikTokত পোষ্ট কৰে বিভিন্নজনে। কিন্তু তাৰ মাজতে কিছুমান আজৱ ভিডিঅ’ দেখিবলৈ পোৱা যায়। যিবোৰ ভিডিঅ’ ভাইৰেল হৈ পৰে ছচিয়েল মিডিয়াত। তেনে এক ভিডিঅ’ই দেখুৱাবলৈ লৈছো আজি।

এই ভিডিঅ’টো এবাৰ চাই আপুনিও এৰিব নোৱাৰে। অৱশ্যে NEWS18এ এই ভিডিঅ’টোৰ সত্যতা নিৰূপণ নকৰে। ভিডিঅ’টোত দুজন যুৱকক ডান্স কৰি থকা দেখা গৈছে। নৃত্যৰ সময়তে এজনে আনজনৰ মূৰত ধৰিছে। মূৰত ধৰি থকা যুৱকজনে গোলাকৃতিত ঘূৰি গৈছে, কিন্তু তেওঁৰ মুখখন পূৰ্বৰ দিশতে থাকি গৈছে।

চাওক এই ভিডিঅ’



মানুহে এই ভিডিঅ’টো চাই বিশ্বাস কৰিবলৈ টান পাইছে। এই ভিডিঅ’টো ভাইৰেল হৈ পৰিছে ছচিয়েল মিডিয়াত।

NEWS18 অসম সকলো খবৰ সকলোতকৈ আগত। প্ৰতি মুহূৰ্তৰ খবৰ পাবলৈ YouTube Facebook আৰু Twitter ত আমাক ফল’ কৰক।
আৰু চাওক পৰৱৰ্তী বাতৰি