মালিকে মুৰ্গীক দেখুৱালে চিকেন লেগ পিচ, তাৰ পিছত যি হ’ল, দেখি সকলো আচৰিত, চাওক Video

News18 Assam | News18-Assam
Updated:March 7, 2020, 11:13 AM IST
মালিকে মুৰ্গীক দেখুৱালে চিকেন লেগ পিচ, তাৰ পিছত যি হ’ল, দেখি সকলো আচৰিত, চাওক Video
বিভিন্ন ধৰণৰ টিকটক ভিডিঅ’ আজিকালি ভাইৰেল হৈ পৰে ছচিয়েল মিডিয়াত

বিভিন্ন ধৰণৰ টিকটক ভিডিঅ’ আজিকালি ভাইৰেল হৈ পৰে ছচিয়েল মিডিয়াত

  • Share this:
এক আজৱ ভিডিঅ’। চিকেন লেগ পিচ দেখি আচহুৱা আচৰণ মুৰ্গীৰ! টিকটকত এতিয়া ভাইৰেল হৈ পৰিছে এই ভিডিঅ’টো। গৰাকী ব্যক্তিয়ে নিজৰ পোহনীয়া মুৰ্গীক দেখুৱাইছে চিকেন লেগ পিচ। লেগ পিচ দেখা পাই মুৰ্গীয়ে যি আচৰণ কৰিলে, তাকে দেখি সকলো আচৰিত।

চাওক ভিডিঅ’
@lukemil4just repulsive. ##fyp ##4u ##chicken ##cannibal ##animalseatanimals ##foryou ##foryoupage ##animals ##disgusting ##horrific

♬ original sound - lukemil4


Published by: Himangshu Bhuyan
First published: March 7, 2020, 11:13 AM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি