• Home
  • »
  • News
  • »
  • lifestyle
  • »
  • Sunny Leone: সাতুৰি থকাৰ অৱস্থাতে ঘটিল অঘটন! ইণ্টাৰনেটত ভাইৰেল হৈ পৰিল ছানী লিয়নীৰ এই Video

Sunny Leone: সাতুৰি থকাৰ অৱস্থাতে ঘটিল অঘটন! ইণ্টাৰনেটত ভাইৰেল হৈ পৰিল ছানী লিয়নীৰ এই Video

বিভিন্ন সময়ত ছানী লিয়নীৰ কিছু ভিডিও বা ফটোৱে ছচিয়েল মিডিয়াত বিতৰ্কৰো সৃষ্টি কৰি আহিছে।

বিভিন্ন সময়ত ছানী লিয়নীৰ কিছু ভিডিও বা ফটোৱে ছচিয়েল মিডিয়াত বিতৰ্কৰো সৃষ্টি কৰি আহিছে।

বিভিন্ন সময়ত ছানী লিয়নীৰ কিছু ভিডিও বা ফটোৱে ছচিয়েল মিডিয়াত বিতৰ্কৰো সৃষ্টি কৰি আহিছে।

  • Share this:
জনপ্ৰিয় অভিনেত্ৰী ছানী লিয়নী ছচিয়েল মিডিয়াত অত্যন্ত সক্ৰিয়। অভিনেত্ৰীগৰাকীয়ে প্ৰায়ে ছচিয়েল মিডিয়াত শ্বেয়াৰ কৰে আকৰ্ষণীয় ফটো আৰু ভিডিঅ'। অভিনেত্ৰীগৰাকীৰ নতুন পোষ্ট মুহূৰ্তৰ ভিতৰতে ভাইৰেল হৈ পৰে ছচিয়েল মিডিয়াত। প্ৰায়েই অভিনেত্ৰীগৰাকীয়ে ছচিয়েল মিডিয়াত নিজৰ অনুৰাগীৰ বাবে আপলোড কৰে বিভিন্ন আকৰ্ষণীয় ফটো, ভিডিও। কিন্তু বিভিন্ন সময়ত ছানী লিয়নীৰ কিছু ভিডিও বা ফটোৱে ছচিয়েল মিডিয়াত বিতৰ্কৰো সৃষ্টি কৰি আহিছে।








View this post on Instagram






A post shared by Sunny Leone (@sunnyleone)






কিছুদিন পূৰ্বে এটা ছুইমিং পুলৰ পৰা অভিনেত্ৰীগৰাকীয়ে শ্বেয়াৰ কৰিছিল ফটো। লগতে অভিনেত্ৰীগৰাকীয়ে এটা কচমেটিক ব্ৰেণ্ডৰ প্ৰমোচনেল ভিডিঅ' শ্বেয়াৰ কৰিছিল নিজৰ ছচিয়েল মিডিয়া ছাইটৰ পৰা। অভিনেত্ৰীগৰাকীৰ নতুন ৰূপ এতিয়া সকলোৰে মাজত চৰ্চিত।








View this post on Instagram






A post shared by Sunny Leone (@sunnyleone)






শ্বেয়াৰ কৰা এই ভিডিও এতিয়া পুনৰ ভাইৰেল হৈ পৰিছে ছচিয়েল মিডিয়াত। অভিনেত্ৰীগৰাকীয়ে Spiltsvillaৰ নতুন ছেচনৰ শ্বুটিং স্থলীৰ পৰাও সহ-এংকৰ ৰণবিজয় সিংহাৰ সৈতে শ্বেয়াৰ কৰিছিল ফটো।
Published by:Himangshu Bhuyan
First published: