Boy Friend কলৈ সমস্যাত পৰিছে ছুহানা খান, পিতৃ শ্বাহৰুখ খানে দিলে বিশেষ পৰামৰ্শ

কিছু দিনৰ আগতে ছুহানা খান নিজৰ বয় ফ্ৰেণ্ডক লৈ সমস্যাত পৰিছে বুলি বিশেষ চৰ্চা চলিছিল

News18-Assam
Updated:October 27, 2019, 3:12 PM IST
Boy Friend কলৈ সমস্যাত পৰিছে ছুহানা খান, পিতৃ শ্বাহৰুখ খানে দিলে বিশেষ পৰামৰ্শ
কিছু দিনৰ আগতে ছুহানা খান নিজৰ বয় ফ্ৰেণ্ডক লৈ সমস্যাত পৰিছে বুলি বিশেষ চৰ্চা চলিছিল
News18-Assam
Updated: October 27, 2019, 3:12 PM IST
বলীউডৰ বাদশ্বাহ শ্বাহৰুখ খানৰ দৰে শ্বাহৰুখ খানৰ জীয়ৰী ছুহানা খানো বৰ্তমান সময়ত সমানে জনপ্ৰিয়। ছুহানা খান প্ৰায়ে চৰ্চাত থাকে সংবাদ মাধ্যমৰ। কিছু দিনৰ আগতে ছুহানা খান নিজৰ বয় ফ্ৰেণ্ডক লৈ সমস্যাত পৰিছে বুলি বিশেষ চৰ্চা চলিছিল। এই বিষয়ে এতিয়া মুখ খুলিছে ছুহানাৰ পিতৃ তথা বলীউডৰ বাদশ্বাহ শ্বাহৰুখ খানে।



এক সাক্ষাৎকাৰত শ্বাহৰুখ খানে কয় যে,  সাধাৰণতে তেওঁ নিজৰ সন্তানৰ কোনো কথাতে মাত নামাতে,যথেষ্ট স্বাধীনতা দিয়ে নিজৰ সন্তানক।



অনুষ্ঠানটোত শ্বাহৰুখে কয় যে, তেওঁ ছুহানা নিজৰ বয়ফ্ৰেণ্ডকলৈ সমস্যাক পৰা বিষয়টোত মন্তব্য দিব নিবিচাৰে। কাৰণ সেয়া ছুহানাৰ একান্ত ব্যক্তিগত কথা, গতিকে তাই নিজেই সমাধান কৰিব সেই সমস্যা। তথাপিও শ্বাহৰুখে কেতিয়াবা ভাবে যে, সেই ল’ৰা জনৰ সৈতে ছুহানাই সম্পৰ্ক ছেদ কৰিব লাগে।



উল্লেখযোগ্য যে, শ্বাহৰুখ খানৰ জীয়ৰী ছুহানা খান নিজৰ প্ৰেমিকলৈ বিশেষ সমস্যাত পৰিছে বুলি খবৰ ওলাইছিল।



 
আৰু চাওক পৰৱৰ্তী বাতৰি