শীঘ্ৰে আৰম্ভ হ’ব ‘ক্যোন বনেগা কৰোড়পতি’ ১১, এইকেইটা প্ৰশ্ন সুধিব পাৰে অমিতাভ বচ্চনে

এই শ্ব’ৰ জৰিয়তে বিগত দুটা দশকত বহুলোকৰ ভাগ্য সলনি হৈছে, কেইবাগৰাকীয়ে এই শ্ব’ৰ সহায়ত কোটি টকাৰ পুৰষ্কাৰো লাভ কৰিছে।

News18-Assam
Updated:July 3, 2019, 3:11 PM IST
শীঘ্ৰে আৰম্ভ হ’ব ‘ক্যোন বনেগা কৰোড়পতি’ ১১, এইকেইটা প্ৰশ্ন সুধিব পাৰে অমিতাভ বচ্চনে
এই শ্ব’ৰ জৰিয়তে বিগত দুটা দশকত বহুলোকৰ ভাগ্য সলনি হৈছে, কেইবাগৰাকীয়ে এই শ্ব’ৰ সহায়ত কোটি টকাৰ পুৰষ্কাৰো লাভ কৰিছে।
News18-Assam
Updated: July 3, 2019, 3:11 PM IST
ছুপাৰষ্টাৰ অমিতাভ বচ্চনে শীঘ্ৰে লৈ আহিব ভাৰতৰ আটাইতকৈ জনপ্ৰিয় কুইজ শ্ব’ ‘ক্যোন বনেগা কৰোড়পতি’ ছীজন ১১। এইবাৰৰ কেবিচি ১১ৰ টেগলাইন হ’ল, ‘যদি চেষ্টা অব্যাহত ৰাখে, তেন্তে কেবিচিৰ হটছিটত বহিবলৈ আপুনিও সুযোগ গ্ৰহণ কৰিব পাৰিব।’

ভাৰতৰ আটাইতকৈ পুৰণি শ্ব’ হৈছে ‘ক্যোন বনেগা কৰোড়পতি’। ইয়াৰ প্ৰথমটো খণ্ড ২০০০ চনৰ ৩ জুলাইত প্ৰচাৰিত হৈছিল। অমিতাভ বচ্চনেই আঁত ধৰিব এইবাৰৰ ছীজন। শ্ব’টো আগষ্ট মাহৰ মাজতে আৰম্ভ হোৱাৰ সম্ভাৱনা। এই শ্ব’টোৱে বিগত দুটা দশকত বহুলোকৰ ভাগ্য সলনি হৈছে, কেইবাগৰাকীয়ে এই শ্ব’ৰ সহায়ত কোটি টকাৰ পুৰষ্কাৰো লাভ কৰিছে।

শ্ব’টোৰ আঁত ধৰোতা অমিতাভ বচ্চনে এই শ্ব’ৰ জৰিয়তে যিসমূহ প্ৰশ্ন সোধে সেই প্ৰশ্ন হয়টো কেতিয়াবা বহুত সৰল হয় কিন্তু কেতিয়াবা বহুত কঠিন হয়। আমি আপোনালোকক জনাম সেইসমূহ প্ৰশ্ন, যিসমূহ প্ৰশ্ন এইবাৰ ‘ক্যোন বনেগা কৰোড়পতি ১১’ অমিতাভ বচ্চনে সোধাৰ সম্ভাৱনা।

# ভাৰতৰ কোনখন ৰাজ্যই পৰ্যটন অভিযানৰ টেগলাইন আৰম্ভ কৰিছে?
পশ্চিমবংগ
পঞ্জাৱ
ৰাজস্থান

মধ্যপ্ৰদেশ

# জাভা, ভিজুৱেল বেছিকৰ লগতে আৰু মানুহৰ কি কি প্ৰকাৰ থাকে?
ফণ্ট
কম্পিউটাৰৰ আকাৰ
কম্পিউটাৰৰ স্ক্ৰীণ
কম্পিউটাৰৰ ভাষা

# তলত দিয়া কোনটো অলিম্পিক খেলৰ উপকৰণ?
স্ক্ৰুডাইভাৰ
হেমাৰ
এক্স
জেক

# প্ৰতিদিনে ৯০ কিঃগ্ৰাঃ ওজব বৃদ্ধি হোৱা কোনটো জন্তুৰ পোৱালি?
আফ্ৰিকাৰ হাতী
জলহস্তী
অক্টোপাছ
নিলা তিমি

# মানুহৰ শৰীৰত, ইয়াৰ ভিতৰত কোনটো অংগৰ সংখ্যা বেছি?
হাওঁফাওঁ
অন্ত্ৰ
কিডনী
হাৰ্ট চেম্বাৰ
আৰু চাওক পৰৱৰ্তী বাতৰি