কুমাৰ ছানু–আলকা য়াগনিকৰ জনপ্ৰিয় গীতত TIKTOK ভিডিঅ’ বনাই ভাইৰেল এইগৰাকী অভিনেত্ৰী, Video

News18-Assam
Updated:November 23, 2019, 3:13 PM IST
কুমাৰ ছানু–আলকা য়াগনিকৰ জনপ্ৰিয় গীতত TIKTOK ভিডিঅ’ বনাই ভাইৰেল এইগৰাকী অভিনেত্ৰী, Video
চৰ্চাত অভিনেত্ৰী সুমনা চক্ৰৱৰ্তী

চৰ্চাত অভিনেত্ৰী সুমনা চক্ৰৱৰ্তী

  • Share this:
আকৌ ছচিয়েল মিডিয়াত চৰ্চিত হৈছে টেলিভিচনৰ অভিনেত্ৰী সুমনা চক্ৰৱৰ্তী। এইবাৰ Tiktok ভিডিঅ’ বনাই চৰ্চাত অভিনেত্ৰীগৰাকী। বলীউদৰ অন্যতম সফল যুটি কুমাৰ ছানু আৰু আলকা য়াগনিকৰ ৯০ দশকৰ জনপ্ৰিয় গীতত আকৰ্ষণীয় Tiktok ভিডিঅ’ নিৰ্মাণ কৰি ছচিয়েল মিডিয়াত ব্যাপক চৰ্চা লাভ কৰিছে অভিনেত্ৰীগৰাকীয়ে।

চাওক ভিডিঅ’

আৰু চাওক পৰৱৰ্তী বাতৰি