অনন্য প্ৰতিভা! হৃত্বিক ৰোশনৰ পৰা ঋষি কাপুৰলৈকে বহু তাৰকাৰ ছুপাৰহিট গীতত সাৱলীল নৃত্য যুৱকৰ, চাওক Video

News18 Assam | News18-Assam
Updated:June 29, 2020, 3:14 PM IST
অনন্য প্ৰতিভা! হৃত্বিক ৰোশনৰ পৰা ঋষি কাপুৰলৈকে বহু তাৰকাৰ ছুপাৰহিট গীতত সাৱলীল নৃত্য যুৱকৰ, চাওক Video
দুজন বন্ধুৰ নৃত্যুৰ ভিডিঅ’ ভাইৰেল ছচিয়েল মিডিয়াত।

দুজন বন্ধুৰ নৃত্যুৰ ভিডিঅ’ ভাইৰেল ছচিয়েল মিডিয়াত।

  • Share this:
কি অন্যন্য প্ৰতিভা! দুজন যুৱকৰ নৃত্য এতিয়া সৰ্বত্ৰ চৰ্চিত। জনপ্ৰিয় গীতৰ তালে তালে আকৰ্ষণীয় নৃত্য যুৱক দুজনৰ। জনপ্ৰিয় অভিনেতা হৃত্বিক ৰোশনৰ পৰা ঋষি কাপুৰলৈকে বলীউদৰ বহু তাৰকাই অভিনয় কৰা বহু ছুপাৰহিট গীতত নৃত্য কৰি সকলোৰে পৰা প্ৰশংসা বুটলিছে যুৱক দুজনে।



যুৱক দুজনৰ প্ৰতিভা দেখি বলীউদৰো বহু তাৰকাই নিজৰ ছচিয়েল মিডিয়াৰ পেজত শ্বেয়াৰ কৰিছে ভিডিঅ’। কেৱল এই দুজন যুৱকেই নহয়, সময়ে সময়ে এনেধৰণৰ বহু প্ৰতিভাশালী যুৱকৰ ভিডিঅ’ ভাইৰেল হয় ছচিয়েল মিডিয়াত।
First published: June 29, 2020, 3:14 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading