লায়ন কিঙৰ ৰূপত কিং খানৰ পুত্ৰ, ছিম্বাৰ ৰূপত শ্বাহৰুখ পুত্ৰ আৰিয়ান, চাওক টিজাৰ

আজি মুকলি কৰা হৈছে The Lion Kingৰ নতুন টিজাৰ

news18assam
Updated:July 11, 2019, 6:59 PM IST
লায়ন কিঙৰ ৰূপত কিং খানৰ পুত্ৰ, ছিম্বাৰ ৰূপত শ্বাহৰুখ পুত্ৰ আৰিয়ান, চাওক টিজাৰ
CREATOR: gd-jpeg v1.0 (using IJG JPEG v62), quality = 70
news18assam
Updated: July 11, 2019, 6:59 PM IST
বলীউদৰ জনপ্ৰিয় অভিনেতা শ্বাহৰুখ খানৰ বাবে আজিৰ দিনটো এক গৌৰৱৰ দিন। কিয়নো আজি কিং খানৰ পুত্ৰ আৰিয়ান আনুষ্ঠানিকভাৱে এজন শিল্পীৰূপে আত্মপ্ৰকাশ কৰিছে। হয়, আজি মুকলি কৰা হৈছে The Lion Kingৰ নতুন টিজাৰ। এই টিজাৰত আৰিয়ান খানৰ কণ্ঠ শুনা গৈছে। কিয়নো আৰিয়ান খানে এই ছবিখনত মুফাছাৰ পুত্ৰ ছিম্বাৰ চৰিত্ৰৰ কণ্ঠদান কৰিছে।

টিজাৰটোত আৰিয়ানৰ কণ্ঠ হুবহু পিতৃৰ দৰেই শুনা গৈছে। আৰিয়ান যিদৰে দেখিবলৈ পিতৃৰ দৰে, সেইদৰে কণ্ঠতো আছে একেই যাদু। ক’ব পাৰি যে আৰিয়ান পৰ্দালৈ নহাকৈয়ে দৰ্শকক আকৰ্ষণ কৰাত সফল হ’ব। দেউতাকৰ সৈতে আৰিয়ানৰ এই ছবিখন ১৯ জুলাইত ছবিঘৰলৈ আহিব।




 





View this post on Instagram




 

‪Mera Simba.. #TheLionKing @disneyfilmsindia


A post shared by Shah Rukh Khan (@iamsrk) on




আৰু চাওক পৰৱৰ্তী বাতৰি