ম’বাইলত প্ৰশিক্ষকে দিছে টিপছ,অভিনেত্ৰী তমন্না ভাটিয়াই ঘৰতে কৰিছে শাৰীৰিক ব্যায়াম,চাওক ভিডিঅ’

News18 Assam | News18-Assam
Updated:May 23, 2020, 6:48 PM IST
ম’বাইলত প্ৰশিক্ষকে দিছে টিপছ,অভিনেত্ৰী তমন্না ভাটিয়াই ঘৰতে কৰিছে শাৰীৰিক ব্যায়াম,চাওক ভিডিঅ’
জনপ্ৰিয় অভিনেত্ৰী তমন্না ভাটিয়াই শ্বেয়াৰ কৰিছে এক আকৰ্ষণীয় ভিডিঅ’

জনপ্ৰিয় অভিনেত্ৰী তমন্না ভাটিয়াই শ্বেয়াৰ কৰিছে এক আকৰ্ষণীয় ভিডিঅ’

  • Share this:
ল’ক ডাউনে সলনি কৰিছে সকলোৰে জীৱন শৈলী। জনপ্ৰিয় অভিনেত্ৰী তমন্না ভাটিয়াই শ্বেয়াৰ কৰিছে এক আকৰ্ষণীয় ভিডিঅ’। এতিয়া জিম বন্ধ গতিকে অভিনেত্ৰীগৰাকীক ফোনটেই টিপছ দিছে প্ৰশিক্ষকে। ভিডিঅ’ চাই চাই প্ৰশিক্ষকৰ নিৰ্দেশ অনুসৰি শাৰীৰিক অনুশীলন চলাই গৈছে অভিনেত্ৰীগৰাকীয়ে।

চাওক ভিডিঅ’






আৰু চাওক
পৰৱৰ্তী বাতৰি
corona virus btn
corona virus btn
Loading