হৃত্বিক ৰৌশনৰ সৈতে একেলগে এটা গীতত নৃত্য কৰিছিল সুশান্ত সিং ৰাজপুতে, ছচিয়েল মিডিয়াত ভাইৰেল ভিডিঅ’

News18 Assam | News18-Assam
Updated:June 24, 2020, 7:58 PM IST
হৃত্বিক ৰৌশনৰ সৈতে একেলগে এটা গীতত নৃত্য কৰিছিল সুশান্ত সিং ৰাজপুতে, ছচিয়েল মিডিয়াত ভাইৰেল ভিডিঅ’
অভিনয়ৰ লগতে সুন্দৰ নৃত্যও কৰিব পাৰিছিল সুশান্ত সিং ৰাজপুতে। ভাইৰেল হৈ পৰিল ভিডিঅ’

অভিনয়ৰ লগতে সুন্দৰ নৃত্যও কৰিব পাৰিছিল সুশান্ত সিং ৰাজপুতে। ভাইৰেল হৈ পৰিল ভিডিঅ’

  • Share this:
বলীউদৰ অন্যতম জনপ্ৰিয় অভিনেতা সুশান্ত সিং ৰাজপুতৰ মৃত্যু হোৱা ১০ দিন পাৰ হ’ল। অভিনেতাজনৰ মৃত্যুত শোকাস্তব্ধ বলাউদ। কিন্তু সুশান্তৰ মৃত্যুৰ পিছতে বলীউদৰ বহু ভিতৰুৱা কথা পোৱৰলৈ আহিছে। কম দিনৰ ভিতৰতে বলীউদত সুনাম অৰ্জন কৰিবলৈ সক্ষম হৈছিল সুশান্ত সিং ৰাজপুত।

তাৰ মাজতে এতিয়া ভাইৰেল হৈছে সুশান্ত সিং ৰাজপুতৰ এটা বিশেষ ভিডিঅ’। বলীউদৰ ছুপাৰষ্টাৰ হৃত্বিক ৰৌশনৰ সৈতে এটা টেলিভিশ্বন শ্ব’ত সুশান্ত সিং ৰাজপুতে একেলগে কৰিছিল নৃত্য। হৃত্বিকৰ প্ৰথমখন ছবি কোহো ন্যা প্যায় হে ছবিৰ গীতৰ ভিডিঅ’ত নৃত্য কৰিছিল দুয়োজন অভিনেতাই।

চাওক ভিডিঅ’

First published: June 24, 2020, 5:33 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading