শ্বুটিঙ ছেটত এয়া কি কৰিছে ছানী লিয়নীয়ে?এইবাৰ অভিনেত্ৰী নহয়, ছবিত অন্য ৰূপত! চাওক Video

News18 Assam | News18-Assam
Updated:January 29, 2020, 3:58 PM IST
শ্বুটিঙ ছেটত এয়া কি কৰিছে ছানী লিয়নীয়ে?এইবাৰ অভিনেত্ৰী নহয়, ছবিত অন্য ৰূপত! চাওক Video
Source-google

বলীউদৰ জনপ্ৰিয় অভিনেত্ৰী ছানী লিয়নীয়ে স্বামী ডেনিয়েল ৱেবাৰৰ সৈতে কৰিছে ছবি প্ৰযোজনা

  • Share this:
বলীউদৰ জনপ্ৰিয় অভিনেত্ৰী ছানী লিয়নীৰ এইবাৰ নতুন ৰূপ। এইবাৰ অভিনেত্ৰীৰ ৰূপত নহয়, অন্য ৰূপেৰে ছানী লিয়নীক দেখিব ছবিত। বৰ্তমান ছানী লিয়নী স্বামী ডেনিয়েল ৱেবাৰৰ সৈতে এখন ছবিৰ শ্বুটিঙত ব্যস্ত।বহুকেইখন বলীউদৰ ছবি আৰু ৱেৱ চিৰিজত অভিনয় কৰা ছানী লিয়নীয়ে বৰ্তমান ‘চাইক’লজিকেল থ্ৰিলাৰ’ ছবি নিৰ্মাণ কৰাত ব্যস্ত।



ছবিখন প্ৰযোজনা কৰিছে ছানী লিয়নীয়ে। ছবিখনৰ কামত নিয়োজিত বহুজনক কামে–কাজেও সহায় কৰিছে ছানী লিয়নীয়ে।



টাইমছ অৱ ইণ্ডিয়াৰ সৈতে হোৱা এক সাক্ষাৎকাৰত ছানী লিয়নীয়ে কৈছিল যে, ‘প্ৰয়োজনত সকলো কাম কৰিব লাগে। সকলোকে সহায় কৰিব লাগে। মোৰ মনত অলপো অহংকাৰ নাই। মোৰ বাবে সকলো সমান।’



 




View this post on Instagram




 

Shooting shooting!!


A post shared by Sunny Leone (@sunnyleone) on






ছবিখন প্ৰযোজনা কৰি ছানী লিয়নীয়ে বৰ্তমান বাজেট কিদৰে কণ্ট্ৰ’ল কৰিব লাগে, সেয়া শিকা বুলিও মন্তব্য কৰে।
আৰু চাওক
পৰৱৰ্তী বাতৰি