জলপৰিৰ ৰূপত অভিনেত্ৰী ছানী লিয়নী, মুহূৰ্তৰ ভিতৰতে ফটো ভাইৰেল

News18-Assam
Updated:November 24, 2019, 1:56 PM IST
জলপৰিৰ ৰূপত অভিনেত্ৰী ছানী লিয়নী, মুহূৰ্তৰ ভিতৰতে ফটো ভাইৰেল
বলীউদৰ জনপ্ৰিয় অভিনেত্ৰী ছানী লিয়নী এইবাৰ নতুন ৰূপত

বলীউদৰ জনপ্ৰিয় অভিনেত্ৰী ছানী লিয়নী এইবাৰ নতুন ৰূপত

  • Share this:
বলীউদৰ জনপ্ৰিয় অভিনেত্ৰী ছানী লিয়নী এইবাৰ নতুন ৰূপত। এইবাৰ জলপৰিৰ ৰূপত অভিনেত্ৰী ছানী লিয়নী। অভিনেত্ৰীগৰাকীয়ে নিজৰ ছচিয়েল মিডিয়াত ফটো শ্বেয়াৰ কৰাৰ পিছতে এতিয়া সৰ্বত্ৰ চৰ্চা লাভ কৰা দেখা গৈছে। জলপৰিৰ আকৰ্ষণীয় ৰূপত দেখি এতিয়া ছানীৰ অনুৰাগীসকলে নতুন Look ক প্ৰশংসা কৰা দেখা গৈছে।



 





View this post on Instagram




 

Love being a mermaid!!


A post shared by Sunny Leone (@sunnyleone) on




আৰু চাওক পৰৱৰ্তী বাতৰি