অনুৰাগীৰ সৈতে আকৰ্ষণীয় নৃত্য কৰিলে অভিনেত্ৰী ছানী লিয়নীয়ে, চাওক Video

News18-Assam
Updated:November 10, 2019, 12:33 PM IST
অনুৰাগীৰ সৈতে আকৰ্ষণীয় নৃত্য কৰিলে অভিনেত্ৰী ছানী লিয়নীয়ে, চাওক Video
অতি শীঘ্ৰে অভিনেত্ৰীগৰাকী নিজৰ এক ব্যতিক্ৰমী ৰিয়েলিটী শ্ব’ আৰু হিন্দী ছবি ক’কা–কোলাৰ শ্বুটিঙত ব্যস্ত হৈ পৰিব

অতি শীঘ্ৰে অভিনেত্ৰীগৰাকী নিজৰ এক ব্যতিক্ৰমী ৰিয়েলিটী শ্ব’ আৰু হিন্দী ছবি ক’কা–কোলাৰ শ্বুটিঙত ব্যস্ত হৈ পৰিব

  • News18 Assam
  • Last Updated: November 10, 2019, 12:33 PM IST
  • Share this:
অভিনেত্ৰী ছানী লিয়নী মানেই যেন ইণ্টাৰনেটত ধুমুহা! এইবাৰ অনুৰাগীৰ সৈতে অভিনেত্ৰী ছানী লিয়নী। শ্বাহৰুখ খান অভিনীত ছবি ‘ৰেইছ’ ছবিখনৰ ছুপাৰহিট গীত ‘লেইলা ম্যে লেইলা’ গীতত ছানী লিয়নীয়ে নিজৰ অনুৰাগীৰ সৈতে কৰিলে আকৰ্ষণীয় নৃত্য। ছানী লিয়নীয়ে কৰা নৃত্য ছচিয়েল মিডিয়াত আপলোড কৰাৰ মুহূৰ্তৰ ভিতৰতে ভাইৰেল হৈ পৰে। অতি শীঘ্ৰে অভিনেত্ৰীগৰাকী নিজৰ এক ব্যতিক্ৰমী ৰিয়েলিটী শ্ব’ আৰু হিন্দী ছবি ক’কা–কোলাৰ শ্বুটিঙত ব্যস্ত হৈ পৰিব।

চাওক ভিডিঅ’




 





View this post on Instagram




 

Guess where #Laila is performing next? 💃🏻 . This song makes me so happy. Lol . #SunnyLeone #Dance #HastalaVistaBaby #Sayonara #Namaste #kapunkap #sawadikap #Àbientôt #aurevoir


A post shared by Sunny Leone (@sunnyleone) on




First published: November 10, 2019, 12:33 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি