உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • lifestyle
    • »
    • Happy Birthday Sunny Leone: ছানীৰ জন্মদিনটোতে জানো আহক তেওঁ ধুনীয়া হৈ থকাৰ ৰহস্য

    Happy Birthday Sunny Leone: ছানীৰ জন্মদিনটোতে জানো আহক তেওঁ ধুনীয়া হৈ থকাৰ ৰহস্য

    Happy Birthday Sunny Leone: ছানী লিয়নীৰ সুন্দৰ দেহৰ ৰহস্য

    Happy Birthday Sunny Leone: ছানী লিয়নীৰ সুন্দৰ দেহৰ ৰহস্য

    Happy Birthday Sunny Leone: ছানী লিয়নীৰ সুন্দৰ দেহৰ ৰহস্য

    • Share this:
      Happy Birthday Sunny Leone: বলীউডৰ সুন্দৰ অভিনেত্ৰী ছানী লিয়নীয়ে ভৰি দিলে ৩৮ বছৰত। তেওঁৰ সুন্দৰ দেহে আকৰ্ষিত কৰে সকলোকে। তেওঁৰ লুক, মুখৰ উজ্বলতা আৰু দেহৰ গঠন সকলোখিনিয়েই পাৰফেক্ট। বয়সৰ চাপে ঢুকিয়েই পোৱা নাই ছানীক। জন্মদিনৰ দিনটোতে জানো আহক কি ৰহস্য তেওঁৰ সুন্দৰ দেহৰ ৰহস্য। কি খাই, কেনেদৰে ৰাখে নিজকে ফিট?

      প্ৰতিদিনে ছানীয়ে পুৱা শুই উঠি প্ৰায় ২০–৩০ মিনিটলৈ খোজ কাঢ়ে। এই অভ্যাসৰ বাবে সম্পূৰ্ণ দিনটোত তেওঁৰ মন প্ৰফুল্লিত হৈ থাকে আৰু ইতিবাচক চিন্তাই গঢ় লৈ উঠে। একেই উপদেশ আনকো দিবলৈ চেষ্টা কৰে।

       



       




      View this post on Instagram




       

      Don’t know why I felt possessed to do this...have not done this in my life before!! Monkeying around at work today! #secretproject!


      A post shared by Sunny Leone (@sunnyleone) on






      ছানী লিয়নীয়ে শৰীৰৰ তলৰ অংশ সবল হৈ থাকিবলৈ চাইক্লিং কৰে। এয়া কৰিলে তেওঁৰ মাংসপেশী সবল হৈ থাকে। লগতে তেওঁৰ এবছৰো বিকাশ ঘটে।

      ছানীয়ে দেহৰ তলৰভাগৰ চৰ্বি হ্ৰাস কৰিবলৈ দৈনিক স্কেটছ কৰে। ইয়াৰ জৰিয়তে তেওঁৰ পেটৰ মাংসপেশী সুঠাম হৈ থাকে।

       



       




      View this post on Instagram




       

      Just because. Like this shot by @tomasmoucka


      A post shared by Sunny Leone (@sunnyleone) on






      শ্বুটিঙৰ সময়ত যেতিয়া ছানীয়ে জীমত যাবলৈ সময় উলিয়াব নোৱাৰে তেতিয়া ঘৰতে যোগৰ অভ্যাস কৰে। তেওঁৰ মতে যোগে দেহ আৰু মন দুয়োটাতে নেতিবাচক প্ৰভাৱ পেলায়।

      ছানীৰ খোৱা আহাৰ:
      ছানী খাদ্যক লৈ যথেষ্ট সজাগ। তেওঁ দৈনিক ডায়েট প্লেনৰ মতেই আহাৰ গ্ৰহণ কৰে। পুৱাৰ আহাৰত কণীৰ বগা অংশৰে তৈয়াৰ কৰা আমলেট, গ্ৰিল্ড চিকেন, মাছ আৰু চালাদ প্ৰাথমিক আহাৰ হিচাপে গ্ৰহণ কৰে। ছালৰ উজ্বলতাৰ দৈনিক প্ৰচুৰ পৰিমানে পানী খায়। তেওঁ মিঠাই বা তেলজাতীয় সামগ্ৰীৰ পৰা প্ৰায়ে আঁতৰি থাকে।
      First published: