কিয় কৰিলে এই কাম? ফুচকা ষ্টলৰ সন্মুখত ছানী লিয়নীৰ নৃত্য, এতিয়া ধুমুহাৰ গতিত ভাইৰেল!

হাতত এটা ষ্টিলৰ থাল, আৰু কান্ধত এটা পানীৰ পাত্ৰলৈ আকৰ্ষণীয় ভংগীমাৰে নৃত্য কৰা দেখা গ’ল ছানী লিয়নীক।
হাতত এটা ষ্টিলৰ থাল, আৰু কান্ধত এটা পানীৰ পাত্ৰলৈ আকৰ্ষণীয় ভংগীমাৰে নৃত্য কৰা দেখা গ’ল ছানী লিয়নীক।
- News18 Assam
- Last Updated: January 13, 2021, 12:44 PM IST
বহুদিনৰ পিছত অভিনয়ৰ মাজলৈ উভতি অহা ছানীক অত্যন্ত সুখী দেখিবলৈ পোৱা গৈছিল ভিডিঅ’টোত। পৰিচালক বিক্ৰম ভাটৰ নিৰ্দেশনাত নতুন ৱেব চৰিজখনৰ শ্বুটিং আৰম্ভ হৈছে যোৱা ডিচেম্বৰ মাহৰ পৰাই।
View this post on Instagram
মুম্বাইৰ এটা বিখ্যাত ষ্টুডিঅ’ৰ কাষৰ এখন ফাষ্ট ফুডৰ ষ্টলৰ সন্মুখত নৃত্য কৰা দেখা গ’ল ছানী লিয়নীক। কান্ধত এটা ডাঙৰ পাত্ৰ আৰু হাতত এখন থাল লৈ নৃত্য কৰা দেখা গৈছিল অভিনেত্ৰীগৰাকীক।