কিয় কৰিলে এই কাম? ফুচকা ষ্টলৰ সন্মুখত ছানী লিয়নীৰ নৃত্য, এতিয়া ধুমুহাৰ গতিত ভাইৰেল!

News18 Assam | News18-Assam
Updated:January 13, 2021, 12:44 PM IST
কিয় কৰিলে এই কাম? ফুচকা ষ্টলৰ সন্মুখত ছানী লিয়নীৰ নৃত্য, এতিয়া ধুমুহাৰ গতিত ভাইৰেল!
হাতত এটা ষ্টিলৰ থাল, আৰু কান্ধত এটা পানীৰ পাত্ৰলৈ আকৰ্ষণীয় ভংগীমাৰে নৃত্য কৰা দেখা গ’ল ছানী লিয়নীক।

হাতত এটা ষ্টিলৰ থাল, আৰু কান্ধত এটা পানীৰ পাত্ৰলৈ আকৰ্ষণীয় ভংগীমাৰে নৃত্য কৰা দেখা গ’ল ছানী লিয়নীক।

  • Share this:
বৰ্তমান ছানী লিয়নী ব্যস্ত এখন ৱেব চিৰিজৰ শ্বুটিঙত। শীঘ্ৰে অনামিকা নামৰ এখন ৱেব চিৰিজত অভিনয় কৰা দেখা যাব জনপ্ৰিয় অভিনেত্ৰীগৰাকীক। শ্বুটিং স্পটৰ পৰাই বিভিন্ন ধেমেলীয়া ভিডিঅ’ শ্বেয়াৰ কৰিলে ছানী লিয়নীয়ে।

বহুদিনৰ পিছত অভিনয়ৰ মাজলৈ উভতি অহা ছানীক অত্যন্ত সুখী দেখিবলৈ পোৱা গৈছিল ভিডিঅ’টোত। পৰিচালক বিক্ৰম ভাটৰ নিৰ্দেশনাত নতুন ৱেব চৰিজখনৰ শ্বুটিং আৰম্ভ হৈছে যোৱা ডিচেম্বৰ মাহৰ পৰাই।










View this post on Instagram






A post shared by Sunny Leone (@sunnyleone)






মুম্বাইৰ এটা বিখ্যাত ষ্টুডিঅ’ৰ কাষৰ এখন ফাষ্ট ফুডৰ ষ্টলৰ সন্মুখত নৃত্য কৰা দেখা গ’ল ছানী লিয়নীক। কান্ধত এটা ডাঙৰ পাত্ৰ আৰু হাতত এখন থাল লৈ নৃত্য কৰা দেখা গৈছিল অভিনেত্ৰীগৰাকীক।
Published by: Himangshu Bhuyan
First published: January 13, 2021, 12:44 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading