দুই পুত্ৰ আৰু কণমানি জীয়ৰীৰ সৈতে সৈতে হোলী খেলিলে অভিনেত্ৰী ছানী লিয়নীয়ে, চাওক Video

মঙলবাৰে দেশজুৰি ৰঙৰ উৎসৱ ফাকুৱাৰ উচাহ
মঙলবাৰে দেশজুৰি ৰঙৰ উৎসৱ ফাকুৱাৰ উচাহ
- News18 Assam
- Last Updated: March 11, 2020, 11:38 AM IST

দুই পুত্ৰ আৰু কণমানি জীয়ৰীৰ সৈতে হোলী খেলা ফটো ছানী লিয়নীয়ে ছচিয়েল মিডিয়াত আপলোড কৰাৰ পিছতে ভাইৰেল হৈ পৰে ফটো।

বগা সাজ পৰিধান কৰি হোলী খেলিলে ছানী লিয়নীয়ে। নিজৰ সৌন্দৰ্যতাৰ লগতে স্বামী আৰু তিনিও সন্তানে মোহিত কৰে সকলোকে।
চাওক ভিডিঅ’