দুই পুত্ৰ আৰু কণমানি জীয়ৰীৰ সৈতে সৈতে হোলী খেলিলে অভিনেত্ৰী ছানী লিয়নীয়ে, চাওক Video

News18 Assam | News18-Assam
Updated:March 11, 2020, 11:38 AM IST
দুই পুত্ৰ আৰু কণমানি জীয়ৰীৰ সৈতে সৈতে হোলী খেলিলে অভিনেত্ৰী ছানী লিয়নীয়ে, চাওক Video
মঙলবাৰে দেশজুৰি ৰঙৰ উৎসৱ ফাকুৱাৰ উচাহ

মঙলবাৰে দেশজুৰি ৰঙৰ উৎসৱ ফাকুৱাৰ উচাহ

  • Share this:
মঙলবাৰে দেশজুৰি ৰঙৰ উৎসৱ ফাকুৱাৰ উচাহ। বলীউডৰো বহু অভিনেতা–অভিনেত্ৰীয়ে খেলিলে হোলী। জনপ্ৰিয় অভিনেত্ৰী ছানী লিয়নীয়েও নিজৰ পৰিয়ালৰ সৈতে খেলিলে হোলী। ছানী লিয়নীয়ে আনকি নিজৰ ছচিয়েল মিডিয়া ছাইটতো আপলোড কৰিছে হোলী খেলাৰ ফটো।



দুই পুত্ৰ আৰু কণমানি জীয়ৰীৰ সৈতে হোলী খেলা ফটো ছানী লিয়নীয়ে ছচিয়েল মিডিয়াত আপলোড কৰাৰ পিছতে ভাইৰেল হৈ পৰে ফটো।



বগা সাজ পৰিধান কৰি হোলী খেলিলে ছানী লিয়নীয়ে। নিজৰ সৌন্দৰ্যতাৰ লগতে স্বামী আৰু তিনিও সন্তানে মোহিত কৰে সকলোকে।

চাওক ভিডিঅ’



আৰু চাওক
পৰৱৰ্তী বাতৰি