সাতুৰি থাকোতে ঘটিল অঘটন! বিয়পি পৰিল অভিনেত্ৰী ছানী লিয়নীৰ ভিডিঅ'!

News18 Assam | News18-Assam
Updated:January 29, 2021, 11:37 PM IST
সাতুৰি থাকোতে ঘটিল অঘটন! বিয়পি পৰিল অভিনেত্ৰী ছানী লিয়নীৰ ভিডিঅ'!
জনপ্ৰিয় অভিনেত্ৰী ছানী লিয়নীয়ে ছচিয়েল মিডিয়াত শ্বেয়াৰ কৰিছে আকৰ্ষণীয় ফটো।

জনপ্ৰিয় অভিনেত্ৰী ছানী লিয়নীয়ে ছচিয়েল মিডিয়াত শ্বেয়াৰ কৰিছে আকৰ্ষণীয় ফটো।

  • Share this:
জনপ্ৰিয় অভিনেত্ৰী ছানী লিয়নী ছচিয়েল মিডিয়াত অত্যন্ত সক্ৰিয়। অভিনেত্ৰীগৰাকীয়ে শুকুৰবাৰে ছচিয়েল মিডিয়াত শ্বেয়াৰ কৰে আকৰ্ষণীয় ফটো আৰু ভিডিঅ'। অভিনেত্ৰীগৰাকীৰ নতুন পোষ্ট মুহূৰ্তৰ ভিতৰতে ভাইৰেল হৈ পৰে ছচিয়েল মিডিয়াত।








View this post on Instagram






A post shared by Sunny Leone (@sunnyleone)






এটা ছুইমিং পুলৰ পৰা অভিনেত্ৰীগৰাকীয়ে শ্বেয়াৰ কৰিছে ফটো। লগতে অভিনেত্ৰীগৰাকীয়ে এটা কচমেটিক ব্ৰেণ্ডৰ প্ৰমোচনেল ভিডিঅ' শ্বেয়াৰ কৰিছে নিজৰ ছচিয়েল মিডিয়া ছাইটৰ পৰা। অভিনেত্ৰীগৰাকীৰ নতুন ৰূপ এতিয়া সকলোৰে মাজত চৰ্চিত।








View this post on Instagram






A post shared by Sunny Leone (@sunnyleone)






শেহতীয়াকৈ অভিনেত্ৰীগৰাকীয়ে Spiltsvillaৰ নতুন ছেচনৰ শ্বুটিং স্থলীৰ পৰাও সহ-এংকৰ ৰণবিজয় সিংহাৰ সৈতে শ্বেয়াৰ কৰিছিল ফটো।
Published by: Himangshu Bhuyan
First published: January 29, 2021, 11:37 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি