সাতুৰি থাকোতে ঘটিল অঘটন! বিয়পি পৰিল অভিনেত্ৰী ছানী লিয়নীৰ ভিডিঅ'!

জনপ্ৰিয় অভিনেত্ৰী ছানী লিয়নীয়ে ছচিয়েল মিডিয়াত শ্বেয়াৰ কৰিছে আকৰ্ষণীয় ফটো।
জনপ্ৰিয় অভিনেত্ৰী ছানী লিয়নীয়ে ছচিয়েল মিডিয়াত শ্বেয়াৰ কৰিছে আকৰ্ষণীয় ফটো।
- News18 Assam
- Last Updated: January 29, 2021, 11:37 PM IST
View this post on Instagram
এটা ছুইমিং পুলৰ পৰা অভিনেত্ৰীগৰাকীয়ে শ্বেয়াৰ কৰিছে ফটো। লগতে অভিনেত্ৰীগৰাকীয়ে এটা কচমেটিক ব্ৰেণ্ডৰ প্ৰমোচনেল ভিডিঅ' শ্বেয়াৰ কৰিছে নিজৰ ছচিয়েল মিডিয়া ছাইটৰ পৰা। অভিনেত্ৰীগৰাকীৰ নতুন ৰূপ এতিয়া সকলোৰে মাজত চৰ্চিত।
View this post on Instagram
শেহতীয়াকৈ অভিনেত্ৰীগৰাকীয়ে Spiltsvillaৰ নতুন ছেচনৰ শ্বুটিং স্থলীৰ পৰাও সহ-এংকৰ ৰণবিজয় সিংহাৰ সৈতে শ্বেয়াৰ কৰিছিল ফটো।