কণমানি পুত্ৰৰ সৈতে সুনিধি চৌহানে গালে মিষ্টাৰ ইণ্ডিয়াৰ গান, চাওক VIDEO

News18 Assam | News18-Assam
Updated:December 31, 2019, 3:02 PM IST
কণমানি পুত্ৰৰ সৈতে সুনিধি চৌহানে গালে মিষ্টাৰ ইণ্ডিয়াৰ গান, চাওক VIDEO
ভিডিঅ’টোত পুত্ৰৰ সৈতে গান গোৱা দেখা গৈছে সুনিধিক। সুনিধিৰ গৈতে সুৰ মিলাইছে কণমানি পুত্ৰয়ো।

ভিডিঅ’টোত পুত্ৰৰ সৈতে গান গোৱা দেখা গৈছে সুনিধিক। সুনিধিৰ গৈতে সুৰ মিলাইছে কণমানি পুত্ৰয়ো।

  • Share this:
বলীউদৰ এগৰাকী অন্যতম গায়িকা সুনিধি চৌহান। এটাৰ পিছত আনটো ছুপাৰহিট গান গাই আহিছে সুনিধিয়ে। অৱশ্যে আজিকালি সুনিধিৰ গানৰ সংখ্যা কিছু হ্ৰাস পাইছে। কিন্তু সন্তানৰ সৈতে কটোৱা সময়খিনিত সুনিধি চৌহানে গুণগুণায় গীতৰ কলি। তেনে এটা ভিডিঅ’ ভাইৰেল হৈছে ছচিয়েল মিডিয়াত।

ভিডিঅ’টোত পুত্ৰৰ সৈতে গান গোৱা দেখা গৈছে সুনিধিক। সুনিধিৰ গৈতে সুৰ মিলাইছে কণমানি পুত্ৰয়ো। মিষ্টাৰ ইণ্ডিয়া ছবিখনৰ এটা ছুপাৰহিট গান এইদৰে গোৱা দেখা গ’ল মাতৃ–পুত্ৰক।

চাওক ভিডিঅ’ :



NEWS18 অসম সকলো খবৰ সকলোতকৈ আগত। প্ৰতি মুহূৰ্তৰ খবৰ পাবলৈ YouTube Facebook আৰু Twitter ত আমাক ফল’ কৰক।
আৰু চাওক
পৰৱৰ্তী বাতৰি