কণমানি পুত্ৰৰ সৈতে ‘মিষ্টাৰ ইণ্ডিয়া’ৰ গীত গাইছে কণ্ঠশিল্পী সুনিধি চৌহানে, Video Viral 

News18 Assam | News18-Assam
Updated:January 1, 2020, 1:14 PM IST
কণমানি পুত্ৰৰ সৈতে ‘মিষ্টাৰ ইণ্ডিয়া’ৰ গীত গাইছে কণ্ঠশিল্পী সুনিধি চৌহানে, Video Viral 
প্ৰায়ে বলীউদৰ চেলিব্ৰিটীসকলৰ ভিডিঅ’ ভাইৰেল হৈ পৰে ছচিয়েল মিডিয়াত

প্ৰায়ে বলীউদৰ চেলিব্ৰিটীসকলৰ ভিডিঅ’ ভাইৰেল হৈ পৰে ছচিয়েল মিডিয়াত

  • Share this:
সুনিধি চৌহান। বলীউদৰ অন্যতম জনপ্ৰিয় কণ্ঠশিল্পী। বহু জনপ্ৰিয় গীত গাই সুনিধিয়ে ইতিমধ্যে দেশবাসীৰ হৃদয়ত বিশেষ স্থান দখল কৰিবলৈ সক্ষম হৈছে। ছচিয়েল মিডিয়াত ভাইৰেল হৈছে কণ্ঠশিল্পী সুনিধি চৌহানে নিজৰ কণমানি পুত্ৰৰ সৈতে গীতগোৱা এটি ভিডিঅ’। অনিল কাপুৰ অভিনীত জনপ্ৰিয় ছবি ‘মিষ্টাৰ ইণ্ডিয়া’ ছবিৰ ‘আই লাভ ইউ’ শীৰ্ষক গীতটো সুনিধিয়ে নিজৰ কণমানি পুত্ৰৰ সৈতে গোৱা পৰিলক্ষিত হ’ল ভিডিঅ’টোত।

চাওক ভিডিঅ’

আৰু চাওক
পৰৱৰ্তী বাতৰি