• Home
  • »
  • News
  • »
  • lifestyle
  • »
  • হুবহু সুবাসনা দত্তৰ দৰেই কণ্ঠ, পৰিবেশন কৰিলে ‘আপুনি আহিব’! আপ্লুত হৈ সুবাসনাই কৰিলে শ্বেয়াৰ, চাওক ভিডিঅ’

হুবহু সুবাসনা দত্তৰ দৰেই কণ্ঠ, পৰিবেশন কৰিলে ‘আপুনি আহিব’! আপ্লুত হৈ সুবাসনাই কৰিলে শ্বেয়াৰ, চাওক ভিডিঅ’

সুবাসনা দত্তৰ নতুন গীত ‘আপুনি আহিব’ সংগীতেৰে সজাইছে পলাশ গগৈয়ে। গীতৰ কথা আৰু সুৰ সমীৰ শেখৰৰ। 

সুবাসনা দত্তৰ নতুন গীত ‘আপুনি আহিব’ সংগীতেৰে সজাইছে পলাশ গগৈয়ে। গীতৰ কথা আৰু সুৰ সমীৰ শেখৰৰ। 

সুবাসনা দত্তৰ নতুন গীত ‘আপুনি আহিব’ সংগীতেৰে সজাইছে পলাশ গগৈয়ে। গীতৰ কথা আৰু সুৰ সমীৰ শেখৰৰ। 

  • Share this:
কিছুদিন পূৰ্বে মুক্তি লাভ কৰিলে জনপ্ৰিয় কণ্ঠশিল্পী সুবাসনা দত্তৰ ‘আপুনি আহিব’ শীৰ্ষক এটি নতুন গীত। মুক্তিৰ লগে লগেই এতিয়া জনপ্ৰিয় হৈ পৰিছে নতুন গীতটো। দুসপ্তাহৰ ভিতৰত গীতটোৱে স্পৰ্শ কৰিলে ৯.৩ লাখ ভিউৱাৰ্ছ। গীতটোত অভিনয় কৰিছে জনপ্ৰিয় অভিনেত্ৰী অমৃতা গগৈ আৰু নৱাগত কমল লোচনে।

কণ্ঠশিল্পী সুবাসনাৰ এই নতুন গীতটো ছচিয়েল মিডিয়াত পৰিবেশন কৰি এতিয়া ভাইৰেল হৈ পৰিছে এগৰাকী যুৱতী। মধুস্মীতা শইকীয়া নামৰ যুৱতীগৰাকীৰ মুখত ‘আপুনি আহিব’ শীৰ্ষক গীতটো শুনি আপ্লুত হৈ পৰিল কণ্ঠশিল্পীগৰাকী। আনকি শ্বেয়াৰ কৰিলে নিজৰ ছচিয়েল মিডিয়া চাইটতো।

চাওক ভিডিঅ’



সুবাসনা দত্তৰ নতুন গীত ‘আপুনি আহিব’ সংগীতেৰে সজাইছে পলাশ গগৈয়ে। গীতৰ কথা আৰু সুৰ সমীৰ শেখৰৰ।
Published by:Himangshu Bhuyan
First published: