টকা খৰচ কৰি চোৱাৰ আগতেই চাওঁক SOTY 2 !

শুক্ৰবাৰে মুক্তি পোৱা বহু প্ৰত্যাশিত ছবিখনে বহু দৰ্শকক আমোদ দিয়াৰ লগতে ছবিখনে নিৰাশ কৰে বহুজনক ।

news18assam
Updated:May 10, 2019, 6:21 PM IST
টকা খৰচ কৰি চোৱাৰ আগতেই চাওঁক SOTY 2 !
শুক্ৰবাৰে মুক্তি পোৱা বহু প্ৰত্যাশিত ছবিখনে বহু দৰ্শকক আমোদ দিয়াৰ লগতে ছবিখনে নিৰাশ কৰে বহুজনক ।
news18assam
Updated: May 10, 2019, 6:21 PM IST
শুক্ৰবাৰে মুক্তি পালে বলিউডৰ অভিনেতা টাইগাৰ শ্ৰফ অভিনীত বহু প্ৰত্যাশিত ছবি Student of the Year 2 ।ছবি খনত অভিনেতা টাইগাৰৰ বিপৰীতে অভিনয় কৰিছে নৱাগত অনন্যা পাণ্ডেই । মুক্তিৰ পিছতে ছবিখন লাভ কৰিছে দৰ্শকৰ পৰা আশাপ্ৰদ’ সঁহাৰি । ছবি খন চাই দৰ্শকে অনন্যাক বলিউডৰ নতুন ৰাণী বুলিও অভিহিত কৰিছে । ছবিখনত আছে টাইগাৰ শ্ৰফে কাবাডি খেলাৰ এক ৰোমাঞ্চকৰ দৃশ্য। যি দৃশ্যই এতিয়া আমোদ দিছে ছবিখনচোৱা দৰ্শক সকলক । Dharma Production ৰ বেনাৰত মুক্তিপোৱা ছবিখন পৰিচালনী কৰিছে পোণিত মলহোত্ৰাই ।
আৰু চাওক পৰৱৰ্তী বাতৰি